অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

26 Jul 2019

টি এইছ বি মহাবিদ্যালয়, জামুৰীহাতত অধ্যাপক পদ খালি: THB College, Jamurihat Recruitment 2019

THB College, Jamurihat Recruitment 2019

THB College, Jamurihat Recruitment 2019

টি এইছ বি মহাবিদ্যালয়, জামুৰীহাতত খালী হোৱা নিম্ন উল্লেখিত অধ্যাপক পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

পদৰ নাম: সহকাৰী অধ্যাপক
পদৰ সংখ্যা: 03 টা
ইয়াৰে
1. অসমীয়া: 01 টা (OBC/MOBC)
2. বুৰঞ্জী: 02 টা (OBC/MOBC-01, SC-01)

অৰ্হতা: UGC ৰ শেহতীয়া নিয়ম অনুসৰি।

আবেদন মাচুল: 2000 টকা।

আবেদনৰ অন্তিম দিন: আজি(26/07/2019) ৰ পৰা 15 দিন।

আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক