অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

24 Jul 2019

চাহ জনগোষ্ঠী কল্যাণ সঞ্চালকালয়, অসমত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Tea Tribe Welfare Department Recruitment 2019@EWS Candidates



Tea Tribe Welfare Department Recruitment 2019@EWS Candidates


admitএডমিত কাৰ্ড


Tea Tribe Welfare Department Recruitment 2019

চাহ জনগোষ্ঠী কল্যাণ সঞ্চালকালয়, অসমত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা অনলাইন আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা:  07 টা [UR: 05 , EWS-01, ST (H): 01]

পদৰ নাম: নিম্নবৰ্গৰ সহায়ক

Educational Qualification

1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয় পৰা স্নাতক ডিগ্ৰী (with 45%, 40% for SC/ST)লাভ কৰা হব লাগিব
2. কম্পিউটাৰৰ Diploma (min 6 months) থাকিব লাগিব।

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000 -49,000 টকা +GP:6,200 টকা হিচাপত দৰমহা দিয়া হব।  

Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18  পৰা 38 বছৰৰ ভিতৰত হব লাগিব।
2. OBC  বাবে 3 বছৰ আৰু SC/ST  বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

Application Fees

1. এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে অহা 02/08/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব। বৰ্তমান আবেদন প্ৰক্ৰিয়া কেৱল আৰ্থিক ভাৱে দুৰ্বল (EWS) প্ৰাৰ্থী সকলৰ বাবেহে খোলা দিয়া হৈছে। আগতে যিসকল ব্যক্তিয়ে আবেদন কৰিছে তেওঁলোকে পুনৰ লগ ইন কৰি নিজৰ নিজৰ আবেদন প্ৰত্ৰসমূহ modify কৰিব পাৰিব।
EWS ৰ প্ৰমাণ প্ৰত্ৰসমূহ নিজৰ নিজৰ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ৰ পৰা আনিব লাগিব।

Important Dates

1. অনলাইন আবেদন আৰম্ভ হব: 22/07/2019
2. অনলাইন আবেদন সমাপ্ত হব02/08/2019

Important Link

অনলাইন আবেদন লিংক: ইয়াতক্লিককৰক