Want to Get Free Job Alert on Your Mobile 

 Telegram Channel 
 WhatsApp 

29 Jul 2019

লক্ষীমপুৰ টাটা মটৰ ডিলাৰত চাকৰি: Tata Motors Recruitment 2019 @Lakhimpur

Tata Motors Recruitment 2019

Tata Motors Recruitment 2019

টাটা মটৰ ডিলাৰচীপ, লখিমপুৰ (Glorious Motors Pvt. Ltd.) ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।


1. Sales Manager
  • শিক্ষাগত অৰ্হতা : মাৰ্কটিংত এম বি এ।
  • অভিজ্ঞতা : এইটো দিশত 2-4 বছৰ কাম কৰা হব লাগিব।
2. DSM (Dealer Sales Manager)
  • শিক্ষাগত অৰ্হতা : স্নাতক
  • অভিজ্ঞতা : এইটো দিশত 1-3 বছৰ কাম কৰা হব লাগিব।
3. DSE (Dealer Sales Executive)
  • শিক্ষাগত অৰ্হতা : স্নাতক
  • অভিজ্ঞতা : এইটো দিশত 1 বছৰ কাম কৰা হব লাগিব ।
4. Accountant
  • শিক্ষাগত অৰ্হতা : বি কম 
  • অভিজ্ঞতা : এইটো দিশত 1-3 বছৰ কাম কৰা হব লাগিব ।
5. Service Advisor
  • শিক্ষাগত অৰ্হতা : বি টেক
  • অভিজ্ঞতা : সংশ্লিষ্ট খণ্ডত দু বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব ।

Salary

যোগ্যতাৰ ওপৰত ভিত্তি কৰি উপযুক্ত প্ৰাৰ্থীক ভাল দৰমহা দিয়া হব।

How to Apply

ইচ্ছুক প্ৰাৰ্থীসকলে বয়ডাটা সমূহ তলত দিয়া ইমেইলত 31/08/2019 ৰ আগত মেইল কৰি পঠাই দিব লাগিব ।

ইমেইল: namitasingha78@gmail.com

যোগাযোগৰ ঠিকনা:
Namita Singha, (H.R Manager), Address – Kamalabaria, P.O – Hatilung, North Lakhimpur, Pin- 787031.
'