অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

23 Mar 2021

Glorious Motors Pvt. Ltd, North Lakhimpur Recruitment 2021: 06 Service Advisor, CRO & Other Posts

Tata Motors Recruitment 2021

টাটা মটৰ ডিলাৰচীপ, লখিমপুৰ (Glorious Motors Pvt. Ltd.) ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।
Tata Motors Recruitment 2019


1. Service Advisor
খালী পদৰ সংখ্যা: 2

শিক্ষাগত যোগ্যতা:Diploma/ B.Tech with minimum 12 years experience in the relevant field.

2.Floor Incharge
খালী পদৰ সংখ্যা2

শিক্ষাগত যোগ্যতা:Diploma/ B.Tech with 1 year of experience in the relevant field.
         
3.Collection
খালী পদৰ সংখ্যা1

শিক্ষাগত যোগ্যতা: Graduate in any discipline with 6 month diploma/certificate in computer proficiency from a recognized institution with 1 year experience/ fresh

4. CRO (Female candidate only)
খালী পদৰ সংখ্যা1

শিক্ষাগত যোগ্যতা: Graduate in any discipline with 6 month diploma/certificate in computer proficiency from a recognized institution with 1 year experience.


দৰমহা: অভিজ্ঞতা অনুসৰি বজাৰত সৰ্বশ্ৰেষ্ঠ।

আবেদন মাচুল: শূন্য।

বাছনি প্ৰক্ৰিয়া: তালিকাবদ্ধ প্ৰাৰ্থীক সাক্ষাৎকাৰৰ স্থান, তাৰিখ আৰু সময় সম্পৰ্কে জনকৰা হ'ব।

কেনেকৈ আবেদন কৰিব: 25 মাৰ্চ 2021 ৰ আগতে hrgloriousmotors@gmail.com ই-মেইলৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰি।


ঠিকনা:

গ্লোৰিয়
 মটৰছ প্ৰাইভেট লিমিটেড

হাটিলুং, উত্তৰ লখীমপুৰ।
পিন: 787031।