Want to Get Free Job Alert on Your Mobile 

 Telegram Channel 
 WhatsApp 

31 Jul 2019

SCERT অসমৰ লিখিত পৰীক্ষাৰ নতুন তাৰিখ আৰু এডমিত কাৰ্ড: Download SCERT Assam Admit Card 2019, New date announced

 Download SCERT Assam Admit Card 2019, New date announced

SCERT ASSAM RECRUITMENT 2019

SCERT Assam ৰ অধীনত খালী হোৱা বিভিন্ন পদৰ বাবে লিখিত পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হৈছে। অহা 17 আৰু 18 August এই পৰীক্ষা সমূহ অনুষ্ঠিত হব।

এডমিত কাৰ্ডসমূহ অহা 05/08/2019 ৰ পৰা উপলব্ধ হব। ডাউনলোড লিংক তলত দিয়া হৈছে। তাৰ পৰা এডমিত কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব।



SCERT ASSAM RECRUITMENT 2019

লিখিত পৰীক্ষা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে পদসমূহ কেইবাটাও ভাগত ভাগ কৰা হৈছে। ভাগ সমূহ এনেধৰনৰ....

গ্ৰুপ-(A):
1.  Laboratory  Assistant(DIET)
2.  L.D.A  cum  Typist  (DIET)
3.  Stenographer  (Grade-III)
4.  Office  Assistant  (BTC)
5.  Demonstrator  (CTE)
6.  Library  Assistant  (CTE)
7.  L.D.A  cum  Typist  (IASE  and  CTE)

গ্ৰুপ-(B):
1.  Technician  (DIET)
2.  Computer  Technician  (CTE)
3.  Technician  (HTTC)
4.  Operator  (HQ)

গ্ৰুপ-(C):
1.  Graduate  Instructor  (BTC)
2.  Assistant  Teacher  (Normal  School)
3.  Normal  Instructor  (BTC)
4.  Normal  Instructor
5.  Instructor  (Normal  School)

গ্ৰুপ-(D):
1.  Hindi  Teacher  (Normal  School)

গ্ৰুপ-(E):
1.  Librarian  (DIET)

গ্ৰুপ-(F ):
1.    Work Experience  Teacher



SCERT ASSAM RECRUITMENT 2019

নতুন পৰীক্ষাৰ সময়সূচী:

17/08/2019(শনিবাৰ):
আগবেলা (10am - 11.30am): গ্ৰুপ- B
ভাটিবেলা (1.30pm-3pm): গ্ৰুপ- D, E, F

18/08/2019(ৰবিবাৰ):
আগবেলা (10am - 11.30am): গ্ৰুপ- A
ভাটিবেলা (1.30pm-3pm): গ্ৰুপ- C

SCERT ASSAM RECRUITMENT 2019: Admit Card

এডমিত কাৰ্ড ডাউনলোড কৰিবলৈ: ইয়াত ক্লিক কৰক

চিলেবাছ আৰু পৰীক্ষাৰ বিৱৰণৰ বাবে: ইয়াত ক্লিক কৰক

Status of Application জানিবলৈ: ইয়াত ক্লিক কৰ

অফিচিয়েল জাননীৰ বাবে: ইয়াত ক্লিক কৰক
'