অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

1 Feb 2021

SCERT Assam Admit Card 2021: Download Admit Card for 34 Non-Gazetted Posts

SCERT Assam Admit Card 2021: Download Admit Card for 34 Non-Gazetted Posts

SCERT ASSAM RECRUITMENT 2021

SCERT Assam ৰ অধীনত খালী হোৱা বিভিন্ন পদৰ বাবে লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। অহা 06 আৰু 07 February, 2021 এই পৰীক্ষা সমূহ অনুষ্ঠিত হব।

এডমিত কাৰ্ডসমূহ http://scert.assam.gov.in/ পৰা উপলব্ধ হব। ডাউনলোড লিংক তলত দিয়া হৈছে। তাৰ পৰা এডমিত কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব।

Those who have applied for the different categories of posts under the Directorate of SCERT, Assam are requested to go through the Examination Schedule, Guidelines and Syllabus for the Written Examination to be held on 6 February 2021 and 7 February 2021


SCERT ASSAM RECRUITMENT 2021

লিখিত পৰীক্ষা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে পদসমূহ কেইবাটাও ভাগত ভাগ কৰা হৈছে। ভাগ সমূহ এনেধৰনৰ....

SCERT Assam Admit Card 2021: Download Admit Card for 34 Non-Gazetted Posts

SCERT ASSAM RECRUITMENT 2021

পৰীক্ষাৰ সময়সূচী:


SCERT Assam Admit Card 2021: Download Admit Card for 34 Non-Gazetted Posts


SCERT ASSAM RECRUITMENT 2021: Admit Card

এডমিত কাৰ্ড ডাউনলোড কৰিবলৈ: ইয়াত ক্লিক কৰক

চিলেবাছ আৰু পৰীক্ষাৰ বিৱৰণৰ বাবে: ইয়াত ক্লিক কৰক

Advertisement: ইয়াত ক্লিক কৰক