অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

6 Jul 2019

অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানত চাকৰি: OIL India Limited, Duliajan Recruitment 2019 (18 posts)

Oil India Limited Duliajan Recruitment 2019


অন্তিম তাৰিখ: 05.08.2019

অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Oil India Limited Duliajan Recruitment 2019: Details

পদৰ সংখ্যা: 18 টা

আবেদন প্ৰক্ৰিয়া: অফলাইন

ইয়াৰে...

1. Assistant Technician 1 (Electrical & Cathodic), Grade-V: 07 টা

সংৰক্ষণ: UR-06, OBC-1

দৰমহা: 13500- 28000 টকা প্ৰতি মাহে

অৰ্হতা: মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ আৰু ইলেকট্ৰিছিয়ানত আই টি আই প্ৰমাণপ্ৰত্ৰ।

2. Assistant Technician 1 (Civil) Grade V: 01 টা

সংৰক্ষণ: UR-01

দৰমহা: 13500- 28000 টকা প্ৰতি মাহে

অৰ্হতা: মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ আৰু Draughtsman Civil Trade ত আই টি আই প্ৰমাণপ্ৰত্ৰ।

3. Assistant Technician I (Tank Farm), Grade V: 03 টা

সংৰক্ষণ: UR-03

দৰমহা: 13500- 28000 টকা প্ৰতি মাহে

অৰ্হতা: মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ আৰু ফিটাৰত আই টি আই প্ৰমাণপ্ৰত্ৰ।

4. Junior Engineer I (Electrical & Cathodic Grade VIII: 03 টা

সংৰক্ষণ: UR-03

দৰমহা: 17000- 38000 টকা প্ৰতি মাহে

অৰ্হতা: মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ আৰু 03 বছৰীয়া ইলেকট্ৰিকেল ইঞ্জিনীয়াৰৰ ডিপ্লোমা।

5. Junior Engineer I (Telecommunication), Grade VIII: 04 টা

সংৰক্ষণ: UR-03, OBC-1

দৰমহা: 17000- 38000 টকা প্ৰতি মাহে

অৰ্হতা: মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ আৰু 03 বছৰীয়া ইলেকট্ৰনিক্সত ইঞ্জিনীয়াৰৰ ডিপ্লোমা।

Oil India Limited Duliajan Recruitment 2019: Age limit:


UR: 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হব লাগিব।

OBC-NCL: 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হব লাগিব।

SC/ST: 18 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হব লাগিব।

Oil India Limited Duliajan Recruitment 2019: How to Apply

ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে নিদিষ্ট ফৰমেটৰ আবেদনৰ ফৰ্মত (তলত লিংক দিয়া হৈছে) তলত দিয়া ঠিকনাত 05.08.2019 তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব।

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

আবেদন প্ৰত্ৰ ডাউনলোড কৰক: ইয়াত ক্লিক কৰক