অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

25 Jul 2019

অসম স্বাস্থ্যসেৱা মিছনত 22 পদত চাকৰি: NHM, Assam Recruitment 2019

Last Date: 30/07/2019.

NHM, Assam Recruitment 2019

NHM, অসমত তলত উল্লেখ কৰা পদত নিযুক্তি ৰ বাবে অনলাইন আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

পদৰ সংখ্যা: 20 টা।
ইয়াৰ...
  1. Superintending Engineer (Civil): 01 টা।
  2. Project Engineer (Civil): 01 টা।
  3. Project Engineer (Electrical): 01 টা।.
  4. Assistant Engineer (Civil): 10 টা।
  5. Junior Engineer (Civil) : 07 টা।

বয়স: আবেদনকাৰীৰ বয়স 43 বছৰৰ ভিতৰত হব লাগিব

NHM, Assam Recruitment 2019: How to apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে অহা 30/07/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব

NHM, Assam Recruitment 2019: Important Link

অনলাইন আবেদন লিংকইয়াত ক্লিককৰক


সম্পূৰ্ণ বিজ্ঞাপন পঢ়কইয়াত ক্লিককৰক
-------------------------------------
Also Read:
  • অসম ৱাকফ্ বৰ্ডত চাকৰিClick Here
  • অসম মীনবিভাগত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Click Here
  • ভাৰত পেট্ৰোলিয়াম কৰ্পৰেচন লিমিটেডত চাকৰি: Click Here
  • অসম কো অপাৰেটিভ এপেক্স বেংক লিমিটেডত চাকৰিClick Here
  • চাহ জনগোষ্ঠী কল্যাণ সঞ্চালকালয়অসমত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Click Here
  • এই সপ্তাহৰ নিয়োগ বাতৰি (16/07/2019 to 22/07/2019) : Click Here