অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

12 Jul 2019

National Institute of Public Cooperation and Child Development (NIPCCD) Recruitment 2019

National Institute of Public Cooperation and Child Development (NIPCCD) Recruitment 2019

------------------------------------------------------------------------------------------



NIPCCD Recruitment 2019: Highlight

আবেদনৰ অন্তিম তাৰিখ: 25/07/2019
পদৰ সংখ্যা: 02 টা
নিযুক্তিৰ ঠাই: গুৱাহাটী
আবেদন প্ৰক্ৰিয়া: অফলাইন
----------------------------------------------------------------------------------------------------------

NIPCCD Recruitment 2019

National Institute of Public Cooperation and Child Development (NIPCCD)খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Vacancy

পদৰ সংখ্যা: 02 টা
পদৰ নাম:
1. Speech Therapist: 01 টা
2. City Coordinator: 01 টা

Mode of Engagement:

পদকেইটাত সম্পূৰ্ণ ঠিকাভিত্তিক নিযুক্তি দিয়া হব।

Duty Hours:
1. Speech Therapist: 48 ঘণ্টা প্ৰতি মাহে
2. City Coordinator: Full time

--------------------------------------------------------
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
--------------------------------------------------------

Salary:

1. Speech Therapist: 20,000 টকা মাহিলি
2. City Coordinator: 17,500 টকা মাহিলি

How to Apply:

ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া লিংকৰ পৰা আবেদন প্ৰত্ৰ ডাউনলোড কৰি তলত উল্লেখ কৰা ঠিকনাত 25 জুলাই ৰ ভিতৰত পোৱাকৈ পঠাব লাগিব।

ঠিকনা: 
National Institute of Public Cooperation and Child Development (NIPCCD),
জৱাহৰ নগৰ, খানাপাৰা
গুৱাহাটী-781022
ফোন: ০৩৬১-২৩০৩০৪৯

প্ৰ-প্ৰত্ৰ আৰু অন্যান্য বিষয়ে যেনে শৈক্ষিক অৰ্হতা আদিৰ বাবে: ইয়াত ক্লিক কৰক

বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক