অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

27 Jul 2019

নবোদয় বিদ্যালয়, লক্ষীমপুৰত চাকৰি: JNV Lakhimpur, Assam Recruitment 2019 @PGT


JNV Lakhimpur, Assam Recruitment 2019


JNV Lakhimpur, Assam Recruitment 2019

খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা সাক্ষাৎকাৰৰ  বাবে আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts
পদৰ সংখ্যা: 02  টা
পদৰ নাম: PGT

1. পিজিটি (Economics)


পদৰ সংখ্যা: 01 টা

দৰমহা: 32,500 টকা প্ৰতি মাহে।

অৰ্হতা: 50% নম্বৰ লৈ স্নাতকোত্তৰ ডিগ্ৰী (Economics / Applied Economics / Business Economics) আৰু  বি.এড..

2. পিজিটি (কমাৰ্চ)

পদৰ সংখ্যা: 01 টা

দৰমহা: 32,500 টকা প্ৰতি মাহে।

অৰ্হতা: 50% নম্বৰ লৈ স্নাতকোত্তৰ ডিগ্ৰী (Accounting / Cost Accounting / Financial Accounting) আৰু বি.এড.

Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে

JNV Lakhimpur, Assam Recruitment 2019: How to Apply 

1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 31/07/2019 তাৰিখত সাক্ষাৎকাৰত অৱতীৰ্ণ হব লাগিব
2. সাক্ষাৎকাৰৰ সময়ত বায়'ডাটা, অৰিজিনেল নথিসমূহ আৰু সকলো নথিৰ নিজেই attested কৰা ফটোষ্টেট কপি লগত আনিব লাগিব
3. সাক্ষাৎকাৰৰ বাবে কোনোধৰণৰ TA/DA প্ৰদান কৰা নহয়

Important Dates

সাক্ষাৎকাৰৰ তাৰিখ: 31/07/2019

সময়: 10:30 AM

স্থান: JNV, Lakhimpur, Choudhapunia, PO-Panbari, Dist-Lakhimpur, Pin-784164, Assam

Important Link