অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

23 Jul 2019

হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগ, অসমত ৬ পদ খালী: Handloom and Textiles Department, Assam Recruitment 2019

Handloom and Textiles Department, Assam Recruitment 2019



Handloom and Textiles Department, Assam Recruitment 2019

হস্ততাত আৰু বস্ত্ৰশিল্প বিভাগ, অসমত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা: 06  টা (UR)
পদৰ নামMaster weaver



Educational Qualification

HSLC passed and having 10(ten) years experience in weaving & conversant with preparatory designing including working of Dobby, Jacquard and Drawbay attachments 



Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000 - 49,000 টকা + GP: 8,700 টকা হিচাপত দৰমহা দিয়া হব।

Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 পৰা 43 বছৰৰ ভিতৰত হব লাগিব।
2. OBC বাবে 3 বছৰ আৰু SC/ST বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

How to Apply

ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 05/08/2019 তাৰিখৰ ভিতৰত Standard Form of Application সকলো নথিসহ আবেদন কৰিব লাগিব

ঠিকনাDirector of Handloom & Textiles, Assam, Guwahati-1 

Important Date

আবেদনৰ অন্তিম তাৰিখ05/08/2019

Important Link

Standard Form of Application: ইয়াত ক্লিক কৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

Important Points for Applicants

1. প্ৰাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব 
2. কোনো ধৰণৰ আবেদন মাচুল নালাগে
3. কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব
4. আবেদনৰ লগত 2 কপি পাচপৰ্ট ফটো পিছফালে Signature কৰি দিব লাগিব
5. সকলো শিক্ষাগত নথিপত্ৰ, HSLC Admit,  Employment Exchange Card নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব
6. লগতে 5 টকাৰ পোষ্টেল ষ্টাম্প থকা 22x10 আকাৰৰ খাম এটা আবেদনৰ লগত দিব লাগিব