অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

25 Jul 2019

অসম মীনবিভাগত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Fishery Information Department, Assam Recruitment 2019

Fishery Information Department, Assam Recruitment 2019

Fishery Information Department, Assam Recruitment 2019

অসম মীনবিভাগৰ অধীনত মীনমহল সূচনা কাৰ্য্যলয়ত খালী হোৱা নিম্নবৰ্গৰ সহায়ক পদৰ বাবে Standard Form of Application ত আবেদন বিচাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

পদৰ নাম: নিম্নবৰ্গৰ সহায়ক
পদৰ সংখ্যা: 02 টা

শিক্ষাগত অৰ্হতা: গ্ৰেজুৱেত

দৰমহা: PB: 14,000-49,000 টকা + GP: 6,600 টকা

আবেদনৰ অন্তিম তাৰিখ: 19/08/2018

ঠিকনা: Office of the Fishery information Officer, Assam. Guwahati, Meen Bhawan, P.O.- Gopinath Nagar, Pin- 781016

আবেদন কৰিবলৈ আৰু সম্পূৰ্ণ বিজ্ঞাপন পঢ়িবলৈ: ইয়াত ক্লিক কৰক
----------------------------------------------
Also Read:
  • অসম ৱাকফ্ বৰ্ডত চাকৰিClick Here
  • ভাৰত পেট্ৰোলিয়াম কৰ্পৰেচন লিমিটেডত চাকৰি: Click Here
  • অসম কো অপাৰেটিভ এপেক্স বেংক লিমিটেডত চাকৰিClick Here
  • চাহ জনগোষ্ঠী কল্যাণ সঞ্চালকালয়অসমত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Click Here
  • এই সপ্তাহৰ নিয়োগ বাতৰি (16/07/2019 to 22/07/2019) : Click Here