অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

23 Jul 2019

বঙাইগাঁও জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্য্যলয়ত চাকৰি: District Social Welfare Office, Bongaigaon Recruitment 2019 @One Stop Centre

District Social Welfare Office, Bongaigaon Recruitment 2019

আৱেদনৰ অন্তিম তাৰিখ: 03/08/2019



District Social Welfare Office, Bongaigaon Recruitment 2019

গোলাঘাট জিলাত "One Stop Centre" ত তলত উল্লেখ কৰা পদসমূহত ঠিকাভিত্তিক নিযুক্তিৰ বাবে ইচ্ছুক আৰু উপযুক্ত শিক্ষাগত অৰ্হতাৰ প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি জিলা উপায়ুক্ত ই বিজ্ঞাপন প্ৰকাশ কৰিছে।



Details of Vacancies

পদসমূহ এনেধৰণৰ
১/ চেণ্টাৰ এডমিনিচট্ৰেটৰ
২/কেচ উৱৰ্কাৰ
৩/কাউনচেলৰ
৪/আই টি স্টাফ
৫/মাল্টি পাৰপাজ উৱৰ্কাৰ
৬/ছিকিউৰিটী গাৰ্ড/ নাইট গাৰ্ড

No. of Posts

পদৰ সংখ্যা: 12 টা।
ইয়াৰে
১/ চেণ্টাৰ এডমিনিচট্ৰেটৰ- ১টা
২/কেচ উৱৰ্কাৰ- ৩টা
৩/কাউনচেলৰ- ১টা
৪/আই টি স্টাফ- ৩টা
৫/মাল্টি পাৰপাজ উৱৰ্কাৰ- ২টা
৬/ছিকিউৰিটী গাৰ্ড/ নাইট গাৰ্ড- ২টা



Educational Qualification

যোগ্যতা:

১/ চেণ্টাৰ এডমিনিচট্ৰেটৰ- মহিলা পাৰ্থী বাবে।চছিয়েল উৱৰ্কচত Law degree/master থাকিব লাগিব।লগতে ১বছৰৰ অভিজ্ঞতা বিচৰা হৈছে।

২/কেচ উৱৰ্কাৰ-মহিলা পাৰ্থী বাবে।চছিয়েল উৱৰ্কচত Law degree/master থাকিব লাগিব। লগতে ৩ বছৰৰ অভিজ্ঞতা বিচৰা হৈছে।

৩/কাউনচেলৰ-মহিলা প্ৰাৰ্থীয়ে চছিয়েল উৱৰ্ক নতুবা ক্লিনিকেল চাইক'লোজিত স্হাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। লগতে ৩বছৰৰ অভিজ্ঞতা বিচৰা হৈছে।

৪/আই টি স্টাফ- কম্পিউটাৰ/আই টি ডিগ্ৰী নতুবা ডিপ্লমাধাৰী হোৱাৰ লগতে ৩বছৰৰ অভিজ্ঞতা বিচৰা হৈছে।

৫/মাল্টি পাৰপাজ উৱৰ্কাৰ- মেট্ৰীক/সমপৰ্য্যায়ৰ যোগ্যতা।লগতে সহায়ক আদি পদত ৩বছৰৰ অভিজ্ঞতা।

৬/ছিকিউৰিটী গাৰ্ড/ নাইট গাৰ্ড- মেট্ৰীক/সমপৰ্য্যায়ৰ যোগ্যতা।লগতে  ২বছৰৰ অভিজ্ঞতা।

Salary

দৰমহা:
১/ চেণ্টাৰ এডমিনিচট্ৰেটৰ- ২৬০০০/মাহিলী
২/কেচ উৱৰ্কাৰ- ১৪০০০/মাহিলী
৩/কাউনচেলৰ- ১৪০০০/মাহিলী
৪/আই টি স্টাফ- ১২০০০/মাহিলী
৫/মাল্টি পাৰপাজ উৱৰ্কাৰ- ১০০০০/মাহিলী
৬/ছিকিউৰিটী গাৰ্ড- ৯০০০/মাহিলী


Age Limit

বয়সৰ সময়সীমা: উক্ত সকলো পদৰ বাবে প্ৰাৰ্থী ৰ বয়স 21ৰ পৰা 45 বছৰৰ ভিতৰত হব লাগিব।চেণ্টাৰ এডমিনিচট্ৰেটৰ বাবে প্ৰাৰ্থী ৰ বয়স 40 ৰ পৰা 50 বছৰৰ ভিতৰত হব লাগিব

Also Read:
  • অসম ৱাকফ্ বৰ্ডত চাকৰিClick Here
  • ভাৰত পেট্ৰোলিয়াম কৰ্পৰেচন লিমিটেডত চাকৰি: Click Here
  • অসম কো অপাৰেটিভ এপেক্স বেংক লিমিটেডত চাকৰিClick Here
  • চাহ জনগোষ্ঠী কল্যাণ সঞ্চালকালয়অসমত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Click Here
  • এই সপ্তাহৰ নিয়োগ বাতৰি (16/07/2019 to 22/07/2019) : Click Here

District Social Welfare Office, Bongaigaon Recruitment 2019: How to Apply

 ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 03/08/2019 তাৰিখৰ ভিতৰত সকলো নথিসহ আবেদন কৰিব লাগিবl

আৱেদনৰ ঠিকনা:

 “The District Social welfare Officer, Bongaigaon, Borpara, near public bus stand PIN-783380 District Bongaigaon (Assarn).