অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

6 Jul 2019

লক্ষীমপুৰ জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্য্যলয়ত চাকৰি: District Social Welfare Office, Lakhimpur Recruitment 2019


 District Social Welfare Office, Lakhimpur Recruitment 2019


আৱেদনৰ অন্তিম তাৰিখ: 20/07/2019

District Social Welfare Office, Lakhimpur Recruitment 2019
লক্ষীমপুৰ জিলাত "One Stop Centre" তলত উল্লেখ কৰা পদসমূহত ঠিকাভিত্তিক নিযুক্তিৰ বাবে ইচ্ছুক আৰু উপযুক্ত শিক্ষাগত অৰ্হতাৰ প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে

District Social Welfare Office, Lakhimpur Recruitment 2019: Details
পদসমূহ এনেধৰণৰ
/ চেণ্টাৰ এডমিনিচট্ৰেটৰ
/ কেচ উৱৰ্কাৰ
/ কাউনচেলৰ
/ আই টি স্টাফ
/ মাল্টি পাৰপাজ উৱৰ্কাৰ
/ নাইট গাৰ্ড

District Social Welfare Office, Lakhimpur Recruitment 2019: No. of Posts
পদৰ সংখ্যা: 12 টা
ইয়াৰে
/ চেণ্টাৰ এডমিনিচট্ৰেটৰ- ১টা
/ কেচ উৱৰ্কাৰ- ৩টা
/ কাউনচেলৰ- ১টা
/ আই টি স্টাফ- ৩টা
/ মাল্টি পাৰপাজ উৱৰ্কাৰ- ২টা
/ নাইট গাৰ্ড- ২টা

District Social Welfare Office, Lakhimpur Recruitment 2019: Educational Qualification
যোগ্যতা:
/ চেণ্টাৰ এডমিনিচট্ৰেটৰ- মহিলা পাৰ্থী বাবে।চছিয়েল উৱৰ্কচত Law degree/master থাকিব লাগিব।লগতে ১বছৰৰ অভিজ্ঞতা বিচৰা হৈছে

/ কেচ উৱৰ্কাৰ-মহিলা পাৰ্থী বাবে।চছিয়েল উৱৰ্কচত Law degree/master থাকিব লাগিব। লগতে বছৰৰ অভিজ্ঞতা বিচৰা হৈছে

/ কাউনচেলৰ-মহিলা প্ৰাৰ্থীয়ে চছিয়েল উৱৰ্ক নতুবা ক্লিনিকেল চাইক'লোজিত স্হাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। লগতে ৩বছৰৰ অভিজ্ঞতা বিচৰা হৈছে

/ আই টি স্টাফ- কম্পিউটাৰ/আই টি ডিগ্ৰী নতুবা ডিপ্লমাধাৰী হোৱাৰ লগতে ৩বছৰৰ অভিজ্ঞতা বিচৰা হৈছে

/ মাল্টি পাৰপাজ উৱৰ্কাৰ- মেট্ৰীক/সমপৰ্য্যায়ৰ যোগ্যতা।লগতে সহায়ক আদি পদত ৩বছৰৰ অভিজ্ঞতা

/ নাইট গাৰ্ড- মেট্ৰীক/সমপৰ্য্যায়ৰ যোগ্যতা।লগতে  ২বছৰৰ অভিজ্ঞতা

District Social Welfare Office, Lakhimpur Recruitment 2019: Salary
দৰমহা:
/ চেণ্টাৰ এডমিনিচট্ৰেটৰ- ২৬০০০/মাহিলী
/ কেচ উৱৰ্কাৰ- ১৪০০০/মাহিলী
/ কাউনচেলৰ- ১৪০০০/মাহিলী
/ আই টি স্টাফ- ১২০০০/মাহিলী
/ মাল্টি পাৰপাজ উৱৰ্কাৰ- ১০০০০/মাহিলী
/ ছিকিউৰিটী গাৰ্ড- ৯০০০/মাহিলী


District Social Welfare Office, Lakhimpur Recruitment 2019: Age Limit
বয়সৰ সময়সীমা:
উক্ত সকলো পদৰ বাবে প্ৰাৰ্থী বয়স ৩০ৰ পৰা ৫০ বছৰৰ ভিতৰত হব লাগিব

District Social Welfare Office, Lakhimpur Recruitment 2019: How to Apply
 ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 20 জুলাই ২০১৯ তাৰিখৰ ভিতৰত Standard Form of Application (Assam Gazette of Part IX)ত সকলো নথিসহ আবেদন কৰিব লাগিব

আৱেদনৰ ঠিকনা:
The District Social Welfare Officer,
Lakhimpur, North Lakhimpur,
Tirtheswar Hazarika Path, Word No. 1,
North Lakhimpur, Pin-787001, Assam.

Standard of Application ডাউনলোড কৰিবলৈ: ইয়াত ক্লিক কৰক