অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

15 Jul 2019

জিলা দুৰ্যোগ ব্যৱস্থাপনা এথ'ৰিটি, বঙাইগাঁও ত চাকৰি: District Disaster Management Authority, Bongaigaon Recruitment 2019

District Disaster Management Authority, Bongaigaon Recruitment 2019

District Disaster Management Authority, Bongaigaon Recruitment 2019

জিলা দুৰ্যোগ ব্যৱস্থাপনা এথ'ৰিটি, বঙাইগাঁও ত  খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিত্তিক পদত নিযুক্তিৰ বাবে সাক্ষাৎকাৰৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।


পদৰ নাম: Field Officer (Disaster Management)

পদৰ সংখ্যা: 02 টা

Educational Qualification

শিক্ষাগত অৰ্হতা:

1. বিজ্ঞানৰ স্নাতক, নাইবা Statistics, Geography, Environmental Science বা Geology এটা বিষয় হিচাপে লৈ স্নাতক, নাইবা Civil Engineering বা Architecture ত ডিপ্লোমা

2. কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব ( MS Word / Excel I Power Point / Internet usage / Emails etc.)

3. BCA বা তাৰ সমপৰ্যায়ৰ কম্পিউটাৰ বিজ্ঞানৰ কোৰ্চ কৰা প্ৰাৰ্থীসকলে অগ্ৰাধিকাৰ পাব।
:

Age

01/01/2019 তাৰিখত 21 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হব লাগিব। SC/ST/OBC শ্ৰেণীৰ প্ৰাৰ্থীসকলে অসম চৰকাৰৰ নিয়ম অনুসৰি বয়সৰ উচ্চ সীমাৰ ৰেহাই লাভ কৰিব।

দৰমহা: প্ৰতিমাহে 20000 টকা দৰমহা লাভ কৰিব।

District Disaster Management Authority, Bongaigaon Recruitment 2019: How to Apply

ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে Standard Form of Application, লগত শিক্ষাগত অৰ্হতাৰ সকলো নথি নিজেই attested কৰি তলত উল্লেখ কৰা ঠিকনাত 15/07/2019 ৰ ভিতৰত 5PM বজাৰ ভিতৰত জমা দিব লাগিব।

ঠিকনা:
District Disaster Management Branch Drop Box, O/O Deputy Commissioner, Bongaigaon 

Important Link

Standard Form of Application  download লিংক: ইয়াত ক্লিক কৰক

অফিচিয়েল বিজ্ঞাপন পঢ়িবলৈ: ইয়াত ক্লিক কৰক
------------------------------------------------------------

অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক



প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক