অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

11 Jul 2019

নলবাৰী জিলা দুৰ্যোগ ব্যৱস্থাপনা এথ'ৰিটিত পদ খালী: District Disaster Management Authority, Nalbari Recruitment 2019 [Walk-in-interview]

District Disaster Management Authority, Nalbari Recruitment 2019


District Disaster Management Authority, Nalbari Recruitment 2019

জিলা দুৰ্যোগ ব্যৱস্থাপনা এথ'ৰিটি, নলবাৰীত খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিত্তিক পদত নিযুক্তিৰ বাবে সাক্ষাৎকাৰৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

District Disaster Management Authority, Nalbari Recruitment 2019

পদৰ নাম: Field Officer (Disaster Management)

পদৰ সংখ্যা: 01 টা

Place of Posting: বানেকুছি ৰাজহ চক্ৰ

অসম স্বাস্থ্যসেৱা খণ্ডত 547 টা পদ খালী পঢ়িবলৈ ইয়াত ক্লিক কৰক

District Disaster Management Authority, Nalbari Recruitment 2019: Educational Qualification

শিক্ষাগত অৰ্হতা:

1. বিজ্ঞানৰ স্নাতক, নাইবা Statistics, Geography, Environmental Science বা Geology এটা বিষয় হিচাপে লৈ স্নাতক, নাইবা Civil Engineering বা Architecture ত ডিপ্লোমা

2. কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব ( MS Word / Excel I Power Point / Internet usage / Emails etc.)

3. BCA বা তাৰ সমপৰ্যায়ৰ কম্পিউটাৰ বিজ্ঞানৰ কোৰ্চ কৰা প্ৰাৰ্থীসকলে অগ্ৰাধিকাৰ পাব।

District Disaster Management Authority, Nalbari Recruitment 2019: Age

01/01/2019 তাৰিখত 21 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হব লাগিব। SC/ST/OBC শ্ৰেণীৰ প্ৰাৰ্থীসকলে অসম চৰকাৰৰ নিয়ম অনুসৰি বয়সৰ উচ্চ সীমাৰ ৰেহাই লাভ কৰিব।

দৰমহা: প্ৰতিমাহে 20000 টকা দৰমহা লাভ কৰিব।

অসম সৰ্বশিক্ষা অভিযান মিছনত 10 চাকৰিপঢ়িবলৈ ইয়াত ক্লিক কৰক

District Disaster Management Authority, Nalbari Recruitment 2019: How to Apply

পদটিৰ বাবে অহা 20 জুলাই, 2019 তাৰিখে পুৱা 11 বজাৰ নলবাৰী উপায়ুক্তৰ কাৰ্য্যলয়ত সাক্ষাৎকাৰ অনুষ্ঠিত হব। সেইদিনা ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে পুৱা 9.30 পৰা 12 বজাৰ ভিতৰত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব।

ঠিকনা:
Deputy Commissioner Office, Nalbari

Interview Date: 20/07/2019

Interview Time: 11 a.m.

Resignation Time: 9.30 am to 12 Noon.
---------------------------------------------------


---------------------------------------------------
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক


প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক