অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

27 Jul 2019

অসম মীন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ অফিচত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Department of Fishery, Assam Recruitment 2019

Office of Executive Engineer, Department of Fishery Assam Recruitment 2019


Office of Executive Engineer, Department of Fishery Assam Recruitment 2019

অসম মীনবিভাগৰ অধীনত কাৰ্যবাহী অভিযন্তাৰ কাৰ্য্যলয়ত খালী হোৱা নিম্নবৰ্গৰ সহায়ক পদৰ বাবে Standard Form of Application ত আবেদন বিচাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

পদৰ নাম: নিম্নবৰ্গৰ সহায়ক
পদৰ সংখ্যা: 01 টা (UR)

শিক্ষাগত অৰ্হতা: গ্ৰেজুৱেত

দৰমহা: PB: 14,000-49,000 টকা + GP: 6,600 টকা

আবেদনৰ অন্তিম তাৰিখ: 23/08/2018

ঠিকনা: 
Office of Executive Engineer, Department of Fishery Assam. Guwahati, Meen Bhawan, P.O.- Gopinath Nagar, Pin- 781016

আবেদন কৰিবলৈ আৰু সম্পূৰ্ণ বিজ্ঞাপন পঢ়িবলৈ: ইয়াত ক্লিক কৰক
--------------------------------------------
Also Read: