অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

13 Jul 2019

ওডালগুৰি উপায়ুক্তৰ কাৰ্য্যলয়ত নিম্নবৰ্গৰ সহায়ক পদ খালী: DC Office, Udalgury Recruitment 2019


DC Office, Udalgury Recruitment 2019

DC Office, Udalgury Recruitment 2019

ওডালগুৰি উপায়ুক্তৰ কাৰ্য্যলয়ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

DC Office, Udalgury Recruitment 2019: Details of Posts

পদৰ সংখ্যা:   04 টা
পদৰ নাম: নিম্ন বৰ্ণৰ সহায়ক ( Junior Assistant)

সংৰক্ষণ: General: 03 টা, OBC/MOBC: 01 টা

DC Office, Udalgury Recruitment 2019: Educational Qualification

পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব কম্পিউটাৰৰ ডিপ্লোমা থাকিব লাগিব

DC Office, Udalgury Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000 - 60,500 টকা + GP: 6,200 টকা হিচাপত দৰমহা দিয়া হব

DC Office, Udalgury Recruitment 2019: Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18  পৰা 44 বছৰৰ ভিতৰত হব লাগিব
2. OBC  বাবে 3 বছৰ আৰু SC/ST  বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

DC Office, Udalgury Recruitment 2019: Application Fees

1. এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে

DC Office, Udalgury Recruitment 2019: How to Apply

1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত তাৰিখৰ ভিতৰত Standard Form of Application  সকলো নথিসহ আবেদন কৰিব লাগিব

DC Office, Udalgury Recruitment 2019: Important Dates

আবেদনৰ অন্তিম তাৰিখ: 31/07/2019

DC Office, Udalgury Recruitment 2019: Important Link

Standard Form of Application: ইয়াত ক্লিক কৰক

DC Office, Udalgury Recruitment 2019: Important Points for Applicants

1. প্ৰাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব 
2. কোনো ধৰণৰ আবেদন মাচুল নালাগে
3. কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব
4. আবেদনৰ লগত 3 কপি পাচপৰ্ট ফটো পিছফালে Signature কৰি দিব লাগিব
5. সকলো শিক্ষাগত নথিপত্ৰ, HSLC Admit,  Employment Exchange Card নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব
6. লগতে 5 টকাৰ পোষ্টেল ষ্টাম্প থকা 22x10 আকাৰৰ খাম এটা আবেদনৰ লগত দিব লাগিব
7. আবেদনকাৰীক লিখিত পৰীক্ষাৰ আৰু কম্পিউটাৰ টেষ্টৰ দ্বাৰা বাচনি কৰা হব

Address:
To, The Deputy Commissioner
Udalguri,
Pin-784509,
Dist- Udalguri
BTAD, Assam
--------------------------------------------------------------------------------------
অসম চৰকাৰৰ চাকৰিপঢ়িবলৈ ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰিপঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰাইভেট চাকৰিপঢ়িবলৈ ইয়াত ক্লিক কৰক