অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

4 Jul 2019

চিটি মিছন মেনেজমেণ্ট ইউনিট, শিলচৰত চাকৰি: City Mission Management Unit, Silchar Recruitment of Accountant

City Mission Management Unit, Silchar recruitment 2019

City Mission Management Unit, Silchar Recruitment 2019

চিটি মিছন মেনেজমেণ্ট ইউনিট, শিলচৰতত খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিক্তিক পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

City Mission Management Unit, Silchar Recruitment 2019: Details of Posts

পদৰ সংখ্যা:  01 টা
পদৰ নাম: Accountant

City Mission Management Unit, Silchar Recruitment 2019: Educational Qualification

1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা B.Com.  (with 50%)  ডিগ্ৰী লাভ কৰা হব লাগিব
2. কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব
3. লগতে 1.5 বছৰৰ অভিজ্ঞতা বিচৰা হৈছে।

City Mission Management Unit, Silchar Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 15,000 টকা দৰমহা দিয়া হব।

City Mission Management Unit, Silchar Recruitment 2019: Age Limit

আবেদনকাৰীৰ বয়স 23-35 বছৰৰ ভিতৰত হব লাগিব।

City Mission Management Unit, Silchar Recruitment 2019: How to Apply


ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 10/07/2019 তাৰিখৰ ভিতৰত Standard Form of Application সকলো নথিসহ আবেদন কৰিব লাগিব


To, City Project Officer,
ASULMS (DAY-NLUM),
CMMU, Silchar,
1st Floor New building
Silchar Municipal Board, NLUM Section.

Standard Form of Application ডাউনলোড কৰিবলৈ: ইয়াত ক্লিক কৰক