অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

4 Jul 2019

চিটি মিছন মেনেজমেণ্ট ইউনিট, নগাঁওত চাকৰি: City Mission Management Unit, Nagaon Recruitment 2019


City Mission Management Unit, Nagaon Recruitment

City Mission Management Unit, Nagaon Recruitment 2019

চিটি মিছন মেনেজমেণ্ট ইউনিট, নগাঁওত খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিক্তিক পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

City Mission Management Unit, Nagaon Recruitment 2019: Details of Posts

পদৰ সংখ্যা:  01 টা
পদৰ নাম: Accountant

City Mission Management Unit, Nagaon Recruitment 2019: Educational Qualification

1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা B.Com.  (with 50%)  ডিগ্ৰী লাভ কৰা হব লাগিব
2. কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব
3. লগতে 1.5 বছৰৰ অভিজ্ঞতা বিচৰা হৈছে

City Mission Management Unit, Nagaon Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 15,000-20,000 টকা দৰমহা দিয়া হব

City Mission Management Unit, Nagaon Recruitment 2019: Age Limit

আবেদনকাৰীৰ বয়স 23-35 বছৰৰ ভিতৰত হব লাগিব

City Mission Management Unit, Nagaon Recruitment 2019: How to Apply


ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 27/07/2019 তাৰিখৰ ভিতৰত Standard Form of Application  সকলো নথিসহ আবেদন কৰিব লাগিব


To, The City Project Officer,
City Mission Management Unit,
O/o Nagaon Municipal Board,
Near Court Campus,
Nagaon, Assam
PIN-782001

Standard Form of Application ডাউনলোড কৰিবলৈইয়াত ক্লিক কৰক