Want to Get Free Job Alert on Your Mobile 

 Telegram Channel 
 WhatsApp 

25 Jul 2019

ভাৰত পেট্ৰোলিয়াম কৰ্পৰেচন লিমিটেডত চাকৰি: BPCL Recruitment Notification 2019

BPCL Recruitment 2019

BPCL Recruitment 2019


ভাৰত পেট্ৰোলিয়াম কৰ্পৰেচন লিমিটেডত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা অনলাইন আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা: 18 টা

পদৰ নাম: Chemist Trainee আৰু General Workman Trainee

Place of Posting: Kochi Refinery

1. Chemist Trainee: 06 টা
2. General Workman Trainee: 12 টা

Educational Qualification

1. Chemist Trainee: M.Sc. in Chemistry with 60% marks
2. General Workman Trainee: Diploma in Chemical Engineering/Technology or Petrochemical Engineering/ Technology with 60% Marks.

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে দৰমহা দিয়া হব…
1. Chemist Trainee: 13500-31000 টকা           
2. General Workman Trainee: 11500-20000 টকা

Age Limit

1. আবেদনকাৰীৰ বয়স 18 পৰা 30 বছৰৰ ভিতৰত হব লাগিব।
2. OBC বাবে 3 বছৰ আৰু SC/ST বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

Application Fees

1. এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

BPCL Recruitment 2019: How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে অহা 05/08/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব

Important Dates

1. অনলাইন আবেদন আৰম্ভ হব: 22/07/2019
2. অনলাইন আবেদন সমাপ্ত হব05/08/2019

Important Link

অনলাইন আবেদন লিংক: ইয়াতক্লিককৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক:ইয়াত ক্লিক কৰক
-------------------------------
Also Read:
  • অসম ৱাকফ্ বৰ্ডত চাকৰিClick Here
  • অসম মীনবিভাগত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Click Here
  • অসম কো অপাৰেটিভ এপেক্স বেংক লিমিটেডত চাকৰিClick Here
  • চাহ জনগোষ্ঠী কল্যাণ সঞ্চালকালয়অসমত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Click Here
  • এই সপ্তাহৰ নিয়োগ বাতৰি (16/07/2019 to 22/07/2019) : Click Here

'