অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

4 Jul 2019

অসম সৰ্বশিক্ষা অভিযান মিছন, কামৰূপৰ অধীনত চাকৰি: Axom Sarba Siksha Abhijan (SSA), Kamrup Recruitment 2019

Axom Sarba Siksha Abhijan (SSA), Kamrup Recruitment 2019

Axom Sarba Siksha Abhijan (SSA), Kamrup Recruitment 2019

অসম সৰ্বশিক্ষা অভিযান মিছন, কামৰূপৰ অধীনত Kasturba Gandhi Balika Vidyalaya, Chamaria ত খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিক্তিক পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি SSA, Kamrup কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।


Axom Sarba Siksha Abhijan (SSA), Kamrup Recruitment 2019: Details of Posts

পদৰ সংখ্যা:  01 টা
পদৰ নাম: Helper Cook

Axom Sarba Siksha Abhijan (SSA), Kamrup Recruitment 2019: Educational Qualification


কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা VIII উত্তীৰ্ণ কৰা হব লাগিব

Axom Sarba Siksha Abhijan (SSA), Kamrup Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 8000 টকা দৰমহা দিয়া হব

Axom Sarba Siksha Abhijan (SSA), Kamrup Recruitment 2019: Age Limit

আবেদনকাৰীৰ বয়স 45 বছৰৰ ভিতৰত হব লাগিব

Axom Sarba Siksha Abhijan (SSA), Kamrup Recruitment 2019: Application Fees

এই পদত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে

Axom Sarba Siksha Abhijan (SSA), Kamrup Recruitment 2019: How to Apply

ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 18/07/2019 তাৰিখৰ ভিতৰত Plain Paper  সকলো নথিসহ আবেদন কৰিব লাগিব

District Mission Office,
SSA, Kamrup (Rural),
Amingaon (Madhyam),
PO: Amingaon,
PIN-781031