অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

21 Jul 2019

অসম ৰাজ্যিক নগৰ জীৱিকা মিছন ছ'চায়তি, গোৱালপাৰাত চাকৰি: Assam State Urban Livelihood Mission Society, Goalpara Recruitment 2019

Assam State Urban Livelihood Mission Society, Goalpara Recruitment 2019


Assam State Urban Livelihood Mission Society, Goalpara Recruitment 2019

অসম ৰাজ্যিক নগৰ জীৱিকা মিছন ছ'চায়তি, গোৱালপাৰাৰ অধীনত চিটি মিছন মেনেজমেণ্ট ইউনিট ত খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিত্তিক পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা Standard Form of Application ত আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Details of Posts
পদৰ সংখ্যা: 02 টা
পদৰ নাম:
1.কম্পিউটাৰ অপাৰেটৰ: 1 টা
2. কমিউনিটি অৰগেনাইজাৰ: 1 টা

Educational Qualification
1.কম্পিউটাৰ অপাৰেটৰ: পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব, কম্পিউটাৰৰ DCA/ BCA থাকিব লাগিব।

2. কমিউনিটি অৰগেনাইজাৰ: কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হব লাগিব, আৰু

Salary
1.কম্পিউটাৰ অপাৰেটৰ: 15000 টকা
2. কমিউনিটি অৰগেনাইজাৰ: 12000  টকা

Age Limit
আবেদনকাৰীৰ বয়স 23 ৰ পৰা 35 বছৰৰ ভিতৰত হব লাগিব।

Application Fees
এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

How to Apply
ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 05/08/2019 তাৰিখৰ ভিতৰত Standard Form of Application ত সকলো নথিসহ আবেদন কৰিব লাগিব।

ঠিকনা: The City Project Officer, City Mission Management Unit, ASULMS, O/o Goalpara Municipal Boards, Kachari Road, Goalpara, Assam-783101

Important Dates
আবেদনৰ অন্তিম তাৰিখ: 05/08/2019

Important Link
Standard Form of Application: ইয়াত ক্লিক কৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

Also Read:
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক