অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

23 Jul 2019

অসম স্বাস্থ্য সেৱা খণ্ডত 523 টা পদত নিযুক্তি: Last Date Extended to 26/07/2019

Assam Health Service Recruitment 2019

Assam Health Service Recruitment 2019

অসম স্বাস্থ্য সেৱা খণ্ডৰ অধীনত ডিফু মেডিকেল কলেজৰ বিভিন্ন চতুৰ্থ বৰ্গৰ, কাৰিকৰী, অনাকাৰিকৰী আৰু নাৰ্ছ পদৰ আবেদনৰ অন্তিম তাৰিখ 26/07/2019 তাৰিখলৈ বঢ়াই দিয়া হৈছে। লগতে বয়সৰ উচ্চ সীমা 38 বছৰ নিৰ্ধাৰণ কৰা হৈছে।

Assam Health Service Recruitment 2019

অসম স্বাস্থ্যসেৱা খণ্ডত খালী হোৱা নিম্ন উল্লেখিত 547 টা পদত নিযুক্তিৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

মুঠ পদৰ সংখ্যা: 523 টা।

ইয়াৰে...

1. অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা কেন্দ্ৰত বিভিন্ন চতুৰ্থ বৰ্গৰ চাকৰি
পদৰ সংখ্যা: 148 টা।
অৰ্হতা: অষ্টম শ্ৰেণী উত্তীৰ্ণ।
আবেদন প্ৰক্ৰিয়া: অনলাইন
অন্তিম তাৰিখ: 21/07/2019 26/07/2019

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

অনলাইন আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক


2. অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা কেন্দ্ৰত টেকনিচিয়ানৰ চাকৰি
পদৰ সংখ্যা: 93 টা।
অৰ্হতা: বিভিন্ন।
আবেদন প্ৰক্ৰিয়া: অনলাইন
অন্তিম তাৰিখ: 21/07/2019 26/07/2019

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

অনলাইন আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক


3. অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা কেন্দ্ৰত নাৰ্চ আৰু ন'নটেকনিকেল পদত চাকৰি
পদৰ সংখ্যা: 282 টা।
অৰ্হতা: বিভিন্ন।
আবেদন প্ৰক্ৰিয়া: অনলাইন
অন্তিম তাৰিখ: 21/07/2019 26/07/2019

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

অনলাইন আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক