অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

26 Jul 2019

এৰিয়াছ চ'ছায়তিত চাকৰি: ARIAS Society Recruitment 2019

ARIAS Society Recruitment 2019

ARIAS Society Recruitment 2019

এৰিয়াছ চ'ছায়তিত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা সাক্ষাৎকাৰৰ  বাবে আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে


পদৰ নাম: Procurement Management Executive (PME)
পদৰ সংখ্যা: 04 টা
অৰ্হতা: স্নাতক/স্নাতকোত্তৰ ডিগ্ৰী
অভিজ্ঞতা: 3 বছৰ
দৰমহা: 4.20 ৰ পৰা 6.18 লাখ টকা প্ৰতি বছৰে।

সাক্ষাৎকাৰৰ দিন: 03/08/2019
সময়: পুৱা 10.30 বজাত

স্থান:
Office of the ARIAS Society,
Agricultural Complex,
Khanapara, GS Road
Guwahati-22



সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক
--------------------------------------
Also Read:
  • অসম ৱাকফ্ বৰ্ডত চাকৰিClick Here
  • অসম মীনবিভাগত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Click Here
  • ভাৰত পেট্ৰোলিয়াম কৰ্পৰেচন লিমিটেডত চাকৰি: Click Here
  • অসম কো অপাৰেটিভ এপেক্স বেংক লিমিটেডত চাকৰিClick Here
  • চাহ জনগোষ্ঠী কল্যাণ সঞ্চালকালয়অসমত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Click Here
  • এই সপ্তাহৰ নিয়োগ বাতৰি (16/07/2019 to 22/07/2019) : Click Here