অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

27 Jul 2019

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত চাকৰি: AHSEC Recruitment 2019

AHSEC Recruitment 2019

Assam Higher Secondary Education Council Recruitment 2019

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা Standard Form of Application ত আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।


AHSEC Recruitment 2019: Details of Posts

পদৰ সংখ্যা:   01 টা

পদৰ নাম: ডেপুটি ছেক্ৰেটেৰি 


AHSEC Recruitment 2019: Educational Qualification

1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা 55% নম্বৰ লৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা হব লাগিব। লগতে পাচ বছৰৰ শিক্ষকতা কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
2. কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।


Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 30,000-1,10,000 টকা + GP: 14,500 টকা হিচাপত দৰমহা দিয়া হব।


Age Limit

আবেদনকাৰীৰ বয়স 35 বছৰৰ ভিতৰত হব লাগিব।


Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে আবেদন মাচুল 200 টকাৰ বেংক ড্ৰাফ্টত দিব লাগিব।


How to Apply

ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 10/08/2019 তাৰিখৰ ভিতৰত Standard Form of Application ত সকলো নথিসহ আবেদন কৰিব লাগিব।


Important Dates

আবেদনৰ অন্তিম তাৰিখ: 10/08/2019. 


AHSEC Recruitment 2019:Important Link

Standard Form of Application: ইয়াত ক্লিককৰক


সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক:ইয়াত ক্লিক কৰক
-------------------------------------------------
Also Read: