অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

19 Jul 2019

ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিঙ কনচালটেন্ট ইণ্ডিয়া লিমিটেডত 2678 টা পদত চাকৰি: Broadcast Engineering Consultants India Limited (BECIL) Recruitment 2019


Broadcast Engineering Consultants India Limited (BECIL) Recruitment 2019

অন্তিম তাৰিখ: 25/07/2019

Broadcast Engineering Consultants India Limited (BECIL) Recruitment 2019

ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিঙ কনচালটেন্ট ইণ্ডিয়া লিমিটেডত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা অনলাইন আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা:  2678 টা

পদৰ নাম:


1. Skilled Manpower: 1336 টা

বয়স: 18 ৰ পৰা 45 বছৰৰ ভিতৰত হব লাগিব।

অৰ্হতা: ইলেকট্ৰিকেল নাইবা ৱায়াৰমেন ট্ৰেডত আইটিআই চাৰ্টিফিকেট নাইবা উচ্চ ইঞ্জিনীয়াৰিঙ ডিপ্লোমা আৰু দুবছৰৰ অভিজ্ঞতা।

দৰমহা: 9, 381 টকা

2. Un-Skilled Manpower: 1342 টা

বয়স:  18 – 45 yrs

অৰ্হতা: অষ্টম শ্ৰেণী উত্তীৰ্ণ আৰু এবছৰৰ অভিজ্ঞতা।

দৰমহা: 7,613 টকা

আবেদন মাচুল: এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে আবেদন মাচুল দিব লাগিব…
1. UR-/OBC: 500 টকা
2. SC/ST/PH: 250 টকা


Also Read:

How to Apply


পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে অহা 25/07/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব 

Important Link

অনলাইন আবেদন লিংক: ইয়াতক্লিককৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়কইয়াত ক্লিক কৰক