অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

23 Dec 2019

CBSE CTET December 2019 Official Answer Key: Download Now

Central Teacher Eligibility Test, CTET 2019 Answer Key

Central Teacher Eligibility Test, CTET 2019 Answer Key

Central Teacher Eligibility Test অৰ্থাৎ চমুকৈ CTET ৰ আনুষ্ঠানিক উত্তৰ সমূহ cbse ৰ অধিকাৰিক ৱেবচাইটত প্ৰকাশ কৰা হৈছে।। উল্লেখ্য যে এই মাহৰ 8 তাৰিখত CTET অনুষ্ঠিত হৈছিল। নিয়ম অনুসৰি পৰীক্ষা অনুষ্ঠিত হোৱাৰ দ্বিতীয় সপ্তাহত উত্তৰ চাবি সমূহ প্ৰকাশ কৰা হয়।





CTET ৰ আনুষ্ঠানিক ৱেবচাইটৰ: ইয়াত ক্লিক কৰক


CBSE CTET Result 2019

CBSE CTET 2019 ৰ ৰিজাল্টৰ বিষয়ত CBSE ৰ ফালৰ পৰা কোনো ধৰণৰ জাননী প্ৰকাশ কৰা হোৱা নাই যদিও অহা 20 Januwary, 2020 বা তাৰ আগতে ৰিজাল্ট ঘোষণা কৰা হব বুলি দেশৰ আগশাৰীৰ বাতৰি কাকত সমূহত প্ৰকাশ পাইছে।
CTET উত্তীৰ্ণ হবলৈ হলে সাধাৰণ শ্ৰেণীৰ পাৰ্থীয়ে 60% অৰ্থাৎ 90 নম্বৰ পাব লাগিব। আনহাতে OBC/SC/ST শ্ৰেণীৰ পাৰ্থীয়ে 55% অৰ্থাৎ 83 নম্বৰ পালেই এই পৰীক্ষাত উত্তীৰ্ণ হব পাৰিব।


About Central Teacher Eligibility Test

Central Teacher Eligibility Test অৰ্থাৎ চমুকৈ CTET কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা আয়োজন কৰা শিক্ষক যোগ্যতা নিৰূপণ পৰীক্ষা। প্ৰতিবছৰে দুবাৰকৈ এই পৰীক্ষা অনুষ্ঠিত হয়। বৰ্তমান কেন্দ্ৰীয় মাধ্যামিক শিক্ষা বোৰ্ড অৰ্থাৎ CBSE এ এই পৰীক্ষা আয়োজন কৰাৰ দ্বায়িত্ব গ্ৰহণ কৰি আহিছে।

CTET দুটা শাখাত অনুষ্ঠিত হয়।
1. Primary Section: এই শাখা প্ৰাথমিক বিদ্যালয়ত (Class 1 to 5) শিক্ষক হব খোজা পাৰ্থীৰ বাবে অনুষ্ঠিত কৰা হয়।
2. Upper Primary Section:এই শাখা উচ্চ প্ৰাথমিক বিদ্যালয়ত (Class 6 to 8) শিক্ষক হব খোজা পাৰ্থীৰ বাবে অনুষ্ঠিত কৰা হয়।

CTET ৰ আনুষ্ঠানিক ৱেবচাইটৰ বাবে: ইয়াত ক্লিক কৰক