অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

3 Jul 2019

ডিগবৈ কলেজত 10 টা অধ্যাপকৰ পদ খালী। Digboi College Recruitment 2019

Digboi College Recruitment 2019

Digboi College Recruitment 2019

ডিগৱৈ কলেজত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Digboi College Recruitment 2019: Details of Posts

পদৰ সংখ্যা: 10 টা
পদৰ নাম:
১/ সহকাৰী অধ্যাপক, ৰাসায়ন বিজ্ঞান।
২/ সহকাৰী অধ্যাপক, গণিত।
৩/ সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান।
৪/ সহকাৰী অধ্যাপক, প্ৰাণী বিজ্ঞান।
৫/ সহকাৰী অধ্যাপক, অৰ্থনৈতিক বিজ্ঞান।
৬/ সহকাৰী অধ্যাপক, অসমীয়া।
১/ সহকাৰী অধ্যাপক, বাণিজ্য।

Digboi College Recruitment 2019: How to Apply

ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত  সকলো নথিসহ আবেদন কৰিব লাগিব।

ঠিকনা:
ডঃ দীপ শ‌ইকীয়া
অধ্যক্ষ, ডিগৱৈ কলেজ, ইটাভাটা, ডিগৱৈ-৭৮৬১৭১, অসম।

সম্পূৰ্ণ বিজ্ঞাপনৰ লিংক: ইয়াত ক্লিক কৰক