অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

18 Jun 2019

চাহ বাগানৰ চাকৰি: Tea Garden Recruitment 2019

Tea Garden Recruitment 2019

Tea Garden Recruitment 2019

Senior Factory Assistant Manager

উত্তৰ বংগ আৰু  ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ পাৰৰ আগশাৰীৰ চাহ বাগিচাত খালী হোৱা Senior Factory Assistant Manager পদত নিযুক্তিৰ বাবে উপযুক্ত পাৰ্থীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।


Essential Qualification:

উল্লেখিত পদৰ বাবে পাৰ্থী অতি কমেও Graduate Degree (BA/B.Sc./B.Com)থকা হব লাগিব। তদুপৰি পাৰ্থী আগতে চাহ বাগিচাত কাম কৰাৰ Experience থকা বিচৰা হৈছে।
যদিহে পাৰ্থীৰ 10 ৰ পৰা বছৰ কাম কৰাৰ অভিজ্ঞতা আছে তেন্তে তেনে পাৰ্থীক নিযুক্তিত  অগ্ৰাধিকাৰ দিয়া হব।


Salary:

উপযুক্ত দৰমহা প্ৰদান কৰা হব লগতে থকা খোৱাৰ সুবিধা দিয়া হব।


How to Apply:

ইচ্ছুক আৰু যোগ্যতাসম্পন্ন পাৰ্থীয়ে নিজৰ সকলো প্ৰয়োজনীয় নথিসহ তলত ঠিকনাত Email কৰিব পাৰে।


Email address: teajobs2019@gmail.com