STAT, Assam Recruitment 2019
অসম ৰাজ্যিক পৰিবহন এপিলেট ন্যায়াধীকৰত খালী হোৱা নিম্ন উল্লেখিত পিয়ন পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।STAT, Assam Recruitment 2019: Details of Posts
পদৰ সংখ্যা: 02 টাপদৰ নাম: অফিচ পিয়ন
পদ দুটা অসংৰক্ষিত।
STAT, Assam Recruitment 2019: Educational Qualification
পদকেইটাৰ বাবে প্ৰাৰ্থী অতিকমেও অষ্টম শ্ৰেণী উত্তীৰ্ণ কৰা হব লাগিব।STAT, Assam Recruitment 2019: Salary
নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 12,000 - 37,500 টকা + GP: 3,900 টকা হিচাপত দৰমহা দিয়া হব।STAT, Assam Recruitment 2019: Age Limit
1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 ৰ পৰা 44 বছৰৰ ভিতৰত হব লাগিব।2. OBC ৰ বাবে 3 বছৰ আৰু SC/ST ৰ বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব।
STAT, Assam Recruitment 2019: Application Fees
এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।STAT, Assam Recruitment 2019: How to Apply
1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত তাৰিখৰ ভিতৰত Standard Form of Application ত সকলো নথিসহ আবেদন কৰিব লাগিব।
STAT, Assam Recruitment 2019: Important Dates
আবেদনৰ অন্তিম তাৰিখ: 13/07/2019STAT, Assam Important Points for Applicants
1. প্ৰাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব।2. কোনো ধৰণৰ আবেদন মাচুল নালাগে।
3. কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব।
4. আবেদনৰ লগত 3 কপি পাচপৰ্ট ফটো পিছফালে Signature কৰি দিব লাগিব।
5. সকলো শিক্ষাগত নথিপত্ৰ, HSLC Admit, Employment Exchange Card নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব।
6. লগতে 5 টকাৰ পোষ্টেল ষ্টাম্প থকা 25x11 আকাৰৰ খাম এটা আবেদনৰ লগত দিব লাগিব।
আবেদন প্ৰেৰনৰ ঠিকনা:
To,
The Presiding Officer
State Transport Appellate Tribunal, Assam
And Member, Motor Accident Claims Tribunal No.1,
Kamrup Metro
Ulubari, Guwahati-781007
Standard Form of Application :
ডাউনলোড কৰিবলৈ: ইয়াত ক্লিক কৰক