অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

Ads Area

State Transport Appellate Tribunal, Assam Recruitment 2022 - 02 Office Peon vacancy

STAT, Assam Recruitment 2022

অসম ৰাজ্যিক পৰিবহন এপিলেট ন্যায়াধীকৰত খালী হোৱা নিম্ন উল্লেখিত পিয়ন পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

: State Transport Appellate Tribunal, Assam Recruitment 2022 - 02 Office Peon vacancy

STAT, Assam Recruitment 2022: Details of Posts

পদৰ সংখ্যা: 02 টা

পদৰ নাম: অফিচ পিয়ন
  • পদ দুটা অসংৰক্ষিত।

Educational Qualification

পদকেইটাৰ বাবে প্ৰাৰ্থী অতিকমেও অষ্টম শ্ৰেণী উত্তীৰ্ণ কৰা হব লাগিব।

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 12,000 - 37,500 টকা + GP: 3,900 টকা হিচাপত দৰমহা দিয়া হব।

Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 ৰ পৰা 44 বছৰৰ ভিতৰত হব লাগিব।
2. OBC ৰ বাবে 3 বছৰ আৰু SC/ST ৰ বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব।

Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

How to Apply

1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত তাৰিখৰ ভিতৰত Standard Form of Application ত সকলো নথিসহ আবেদন কৰিব লাগিব।


Important Dates

আবেদনৰ অন্তিম তাৰিখ: 15 Days

STAT, Assam Important Points for Applicants

  • 1. প্ৰাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব।
  • 2. কোনো ধৰণৰ আবেদন মাচুল নালাগে।
  • 3. কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব।
  • 4. আবেদনৰ লগত 3 কপি পাচপৰ্ট ফটো পিছফালে Signature কৰি দিব লাগিব।
  • 5. সকলো শিক্ষাগত নথিপত্ৰ, HSLC Admit,  Employment Exchange Card নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব।
  • 6. লগতে 5 টকাৰ পোষ্টেল ষ্টাম্প থকা 25x11 আকাৰৰ খাম এটা আবেদনৰ লগত দিব লাগিব।

আবেদন প্ৰেৰনৰ ঠিকনা:
To,
The Presiding Officer
State Transport Appellate Tribunal, Assam
And Member, Motor Accident Claims Tribunal  No.1,
Kamrup Metro
Ulubari, Guwahati-781007


Standard Form of Application: ইয়াত ক্লিক কৰক


Facebook Page 
 Android App 

Ads Area