অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

10 Jun 2019

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত লাইব্ৰেৰী সহায়কৰ পদ খালী: Pragjyotish College Recruitment 2019

Pragjyotish College Recruitment 2019


Last date: 25/06/2019

Pragjyotish College Recruitment 2019

গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত খালী হোৱা লাইব্ৰেৰী সহায়ক পদৰ বাবে ইচ্ছুক আৰু অৰ্হতা থকা পাৰ্থীৰ পৰা Standard Form of Application (Assam Gazette Part IX) ত আবেদন বিছৰা হৈছে।

Pragjyotish College Recruitment 2019: Vacancy Details

পদৰ নাম: লাইব্ৰেৰী সহায়ক (Library Assistant)
পদৰ সংখ্যা: 01 টা
সংৰক্ষণ: পদটি অসংৰক্ষিত
দৰমহা:As per govt norms

Pragjyotish College Recruitment 2019: Educational Qualification


1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী (B.A./B.Sc./B.Com.) লাভ কৰা হব লাগিব
2. লগতে কম্পিউটাৰৰ ডিপ্লোমা বা প্ৰমাণপত্ৰ আৰু অসমীয়া আৰু ইংৰাজী টাইপিং আৰু Excel জানিব লাগিব।

Pragjyotish College Recruitment 2019: Age

বয়স: আবেদনকাৰীৰ বয়স 01 জানুৱাৰী, 2019 তাৰিখত 43 বছৰৰ ভিতৰত হব লাগিব। ST/SC/OBC/MOBC আৰু PWD পাৰ্থীক চলিত চৰকাৰী নিয়ম অনুসৰি বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব।

Pragjyotish College Recruitment 2019: Application fees

আবেদন মাচুল: আবেদনকাৰীয়ে 300 টকাৰ Bank Draft, Principal, Pragjyitish College payable at SBI West Guwahati Branch ৰ নামত জমা দিব লাগিব। এই মাচুল ঘুৰাই দিয়া নহব।

Pragjyotish College Recruitment 2019: Application process

ইচ্ছুক পাৰ্থীয়ে সম্পূৰ্ণ Standard Form of Application (Assam Gazette Part IX), Bio-Data ৰ সৈতে Phone No., Email Id , Complete Address আৰু HSLC ৰ পৰা সকলো Documents ৰ পটোকপি অহা 25/06/2019 তাৰিখৰ ভিতৰত পোৱাকৈ Principal, Pragjyitish College ৰ Office ত জমা দিব লাগিব। 

পাৰ্থী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ ওপৰি অসমীয়া ভাষা জানিব লাগিব।

Pragjyotish College Recruitment 2019

পাৰ্থী সকলে তলৰ ঠিকনাত পোষ্ট কৰিও পথাব পাৰে।

Dr. M.K. Mahanta
Principal & Secretary
Pragjyitish College
Guwahati-09