অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

5 Jun 2019

নেমকেয়াৰ হাস্পতাল গুৱাহাটীত চাকৰি: Nemcare Hospital Recruitment 2019

Nemcare Hospital Recruitment 2019

Nemcare Hospital Recruitment 2019


গুৱাহাটীৰ ভাঙাঘৰস্থিত নেমকেয়াৰ হাস্পতালত তলত উল্লেখ কৰা পদসমূহৰ বাবে ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।


Nemcare Hospital Recruitment 2019: Details

পদসমূহ হ'ল:
১/ ষ্টাফ নাৰ্ছ/ ছিনিয়ৰ নাৰ্ছ/ কুৱালিটি কো-অৰ্ডিনেটৰ।
২/ কেথ লেব নাৰ্ছ
৩/ কেথ লেব' টেকনিচিয়ান।
৪/ ইনফেকচন কন্ট্ৰ'ল নাৰ্ছ
৫/ ৰেছিডেন্ট/ ছিনিয়ৰ ৰেছিডেন্ট।

Nemcare Hospital Recruitment 2019: Qualification

অৰ্হতা:
১/ ষ্টাফ নাৰ্ছ/ ছিনিয়ৰ নাৰ্ছ: - বি এছ বি/জি এন এম/এম এছ চি' (মেডিকেল ছাৰ্জিকেল পেডিয়েকট্ৰিক)হ'ব লাগিব।

২/ কেথ লেব নাৰ্ছ :- ১বছৰৰ অভিজ্ঞতা

৩/ কেথ লেব' টেকনিচিয়ান:- ১বছৰৰ অভিজ্ঞতা

৪/ ইনফেকচন কন্ট্ৰ'ল নাৰ্ছ - ১বছৰৰ অভিজ্ঞতা আই চি এন হিচাপে।

৫/ ছিনিয়ৰ নাৰ্ছ-  ১বছৰৰ অভিজ্ঞতা

Nemcare Hospital Recruitment 2019: How to Apply

আৱেদনৰ প্ৰক্ৰিয়া:
পদসমূহৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে তলত উল্লেখ কৰা ইমেইলত অহা ৯ জুনৰ ভিতৰত পোৱাকৈ শিক্ষাগত অৰ্হতাৰ আৱশ্যকীয় নথি পত্ৰ আৰু বায়'ডাটা সহ আৱেদন কৰিব পাৰে।

ইমেইল  ঠিকনা-hr@nemcare.com

দুৰভাস নং: ০৩৬১-২৪৬৯৬৯৭, ৮৮২২২-০১২০১