অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

23 Jun 2019

KV, বৰপেটা Recruitment 2019

KV, Barpeta Recruitment 2019


KV, Barpeta Recruitment 2019:

কেন্দ্ৰীয় বিদ্যালয়, বৰপেটা ত তলত উল্লেখ কৰা অস্হায়ী পদৰ  বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থী ৰ বাবে সাক্ষাৎকাৰ ৰ ব্যৱস্থা কৰা হৈছে।

KV, Barpeta Recruitment 2019:

পদসমূহ:
১/ প্ৰাথমিক শিক্ষক
২/ কম্পিউটাৰ প্ৰশিক্ষণক
৩/ অসমীয়া ৰ শিক্ষক
৪/ যোগ প্ৰশিক্ষক

KV, Barpeta Recruitment 2019:

আৱেদনৰ প্ৰক্ৰিয়া: আগ্ৰহী প্ৰাৰ্থী য়ে সবিশেষ তথ্য ৰ বাবে www.kv-barpeta.ac.in ত লগ ইন কৰিব পাৰে। শৈক্ষিক নথি পত্ৰ সমূহৰ জেৰক্স কপি প্ৰাৰ্থীয়ে নিব লাগিব। প্ৰাৰ্থী য়ে লিখিত পৰীক্ষা আৰু পাঠদান ৰ কৌশল দেখুৱাৰ বাবে  সাজু হৈ আহিব লাগিব।

KV, Barpeta Recruitment 2019:

আৱেদনৰ তাৰিখ:
২৪/০৬/২০১৯ তাৰিখে পুৱা ৯ বজাত কেন্দ্ৰীয় বিদ্যালয়, বৰপেটা ত সাক্ষাৎকাৰ বাবে প্ৰাৰ্থী উপস্থিত হব লাগিব।