Want to Get Free Job Alert on Your Mobile 

 Telegram Channel 
 WhatsApp 

Enter Your Email Address Here:

3 Jun 2019

ভাৰতীয় বায়ু সেনাত এয়াৰমেন পদত নিযুক্তি, অনলাইন আবেদনৰ অন্তিম তাৰিখ 18/07/2019 লৈ বৃদ্ধি : Indian Air Force Recruitment 2019

Indian Air Force Recruitment 2019

ভাৰতীয় বায়ু সেনাত এয়াৰমেন পদৰ নিযুক্তিৰ বাবে ইচ্ছুক আৰু অৰ্হতা সম্পন্ন ভাৰতীয় পুৰুষ প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।



Indian Air Force Recruitment 2019: Details of Vacancy

পদৰ নাম
1. এয়াৰমেন- Group X ট্ৰেড (Except Education Instructor)
2. এয়াৰমেন- Group Y ট্ৰেড (Except Medical Assistant and Musician)
3. এয়াৰমেন- Group Y ট্ৰেড (Medical Assistant)

Indian Air Force Recruitment 2019: Educational Qualification

1. এয়াৰমেন- Group X ট্ৰেড (Except Education Instructor):
কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা পদাৰ্থ বিজ্ঞান, গণিত আৰু ইংৰাজী বিষয়ত 50% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ।
নাইবা
কোনো স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা যিকোনো বিষয়ত তিনিবছৰীয়া ইঞ্জিনিয়াৰ ডিপ্লোমা উত্তীৰ্ণ।

2. এয়াৰমেন- Group Y ট্ৰেড (Except Medical Assistant and Musician): 
কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা যিকোনো শাখাত 50% নম্বৰ আৰু ইংৰাজী বিষয়ত 50% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ।


3. এয়াৰমেন- Group Y ট্ৰেড (Medical Assistant):
কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু ইংৰাজী বিষয়ত 50% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ।


Indian Air Force Recruitment 2019: Salary

প্ৰশিক্ষণ কালত 14,600 টকা প্ৰতিমাহে প্ৰদান কৰা হব।
প্ৰশিক্ষণৰ শেষত দৰমহা হব এনেধৰনৰ...

1. এয়াৰমেন- Group X ট্ৰেড (Except Education Instructor): প্ৰতিমাহে 33,100 টকা + DA

2. এয়াৰমেন- Group Y ট্ৰেড (Except Medical Assistant and Musician):
প্ৰতিমাহে 26,900 টকা + DA

3. এয়াৰমেন- Group Y ট্ৰেড (Medical Assistant):
প্ৰতিমাহে 26,900 টকা + DA

লগত থাকিব অন্যান্য চৰকাৰী বানছ সমূহ।

Indian Air Force Recruitment 2019: Are Limit

01/07/1999 ৰ পৰা 01/07/2003 ৰ ভিতৰত জন্ম গ্ৰহণ কৰা প্ৰাৰ্থী সকলেহে আবেদন কৰিব পাৰিব।



Indian Air Force Recruitment 2019: How to Apply

উক্ত পদৰ নিযুক্তি বাবে হব লগা বাছনি পৰীক্ষাৰ বাবে অহা 01 জুলাই, 2019 ৰ পৰা 15 জুলাই, 2019 লৈ অনলাইন পঞ্জীয়ন হব। উক্ত সময়সীমাৰ ভিতৰত ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থী সকলে আবেদন কৰিব লাগিব।

Indian Air Force Recruitment 2019: Important Dates

1. আবেদন আৰম্ভ হব: 01/07/2019
2. আবেদন সমাপ্ত হব: 15/07/2019 18/07/2019

বাচনি পৰীক্ষাৰ সময়: 21 ৰ পৰা 24 ছেপ্টেম্বৰ, 2019

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক


অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক
'