অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

12 Jun 2019

অসম ৰাজ্যিক স্বাস্থ্য সেৱা বিভাগত চাকৰি: Health Services Assam Recruitment 2019

Health Services Assam Recruitment 2019

Health Services Assam  Recruitment 2019

অসম ৰাজ্যিক স্বাস্থ্য সেৱা বিভাগৰ অধীনত কামৰূপ মহানগৰ জিলাৰ State Vector Borne Disease Program, Assam ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।


Health Services Assam Recruitment 2019: Details of Posts

পদৰ সংখ্যা: 01  টা
পদৰ নাম: একাউন্টছ এচিছটেন্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ


Health Services Assam Recruitment 2019: Educational Qualification

1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব, বানিজ্য শাখাৰ হলে অগ্ৰাধিকাৰ পাব।
2. কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।


Health Services Assam Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 11,500 টকা দৰমহা দিয়া হব।

Health Services Assam Recruitment 2019: Age Limit

আবেদনকাৰীৰ বয়স 40 বছৰৰ ভিতৰত হব লাগিব।

Health Services Assam Recruitment 2019: Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।


Health Services Assam Recruitment 2019: How to Apply

1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 29/06/2019 তাৰিখত সাক্ষাৎকাৰত অৱতীৰ্ণ হব লাগিব।
2. সাক্ষাৎকাৰৰ সময়ত বায়'ডাটা, অৰিজিনেল নথিসমূহ আৰু সকলো নথিৰ নিজেই attested কৰা ফটোষ্টেট কপি লগত আনিব লাগিব।
3. সাক্ষাৎকাৰৰ বাবে কোনোধৰণৰ TA/DA প্ৰদান কৰা নহয়।

সাক্ষাৎকাৰৰ তাৰিখ: 29/06/2019
স্থান: Conference Hall, Joint Director of Health Services
Kamrup Metro, Uzanbazaar
Reporting Time: পুৱা 10 বজাৰ পৰা 12 বজালৈ।
----------------------
Also See

অসম পুলিচত 2000 পদত চাকৰি: Click here