Want to Get Free Job Alert on Your Mobile 

 Telegram Channel 
 WhatsApp 

Enter Your Email Address Here:

23 Jun 2019

গুৱাহাটীৰ কলেজত শিক্ষকৰ চাকৰি: Dr. ABS College, Guwahati Recruitment 2019

Dr. ABS College, Guwahati Recruitment 2019


Dr. ABS College, Guwahati Recruitment 2019

Dr. ABS College, ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Dr. ABS College, Guwahati Recruitment 2019

পদসমূহ:
১/ অধ্যক্ষ (Principal)
২/সহকাৰী অধ্যাপক (Assistant Professor)

Dr. ABS College, Guwahati Recruitment 2019

পদৰ সংখ্যা:
১/ অধ্যক্ষ (Principal)- ১টা
২/সহকাৰী অধ্যাপক (Assistant Professor)- ২টা

Dr. ABS College, Guwahati Recruitment 2019

যোগ্যতা:
১/ অধ্যক্ষ (Principal)-  NCTE norms ৰ মতে Ph.D বাঞ্ছনীয়।

২/সহকাৰী অধ্যাপক (Assistant Professor)- যিকোনো বিষয়ত স্হাতকোত্তৰ(এম. এ.) ডিগ্ৰী ধাৰী হোৱাৰ লগতে M.Ed, NET অথবা Ph.D বাঞ্ছনীয়।

Dr. ABS College, Guwahati Recruitment 2019

আৱেদনৰ প্ৰক্ৰিয়া: আগ্ৰহী প্ৰাৰ্থী য়ে Dr. ABS College, Guwahati, নৱীন নগৰ ৰ অধ্যক্ষ ৰ সৈতে পোনপটীয়াকৈ সাক্ষাৎ কৰিব পাৰে নতুবা মেইল কৰিব পাৰে drabscollege@gmail.com
মোবাইল: ৯৪৩৫৩৬০৮৬৩
'