অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

18 Jun 2019

পিয়ন আৰু চকীদাৰ পদত চাকৰি: CJM Golaghat Office Recruitment 2019



CJM Golaghat Office Recruitment 2019

Establishment of the The Chief judicial Magistrate, Golaghat ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

CJM Golaghat Office Recruitment 2019: Details of Posts

পদৰ সংখ্যা:  4  টা
পদৰ নাম:
1. Office Peon: 2 টা

2. Attached Peon:
1
টা

3. Chowkidar: 1
টা

CJM Golaghat Office Recruitment 2019: Educational Qualification

1. পদটোৰ বাবে আবেদনকাৰী  Class VIII উত্তীৰ্ণ কৰা হব লাগিব

CJM, Golaghat Office Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 12000--37500 টকা + GP: 3900 টকা হিচাপত দৰমহা দিয়া হব।

CJM Golaghat Office Recruitment 2019: Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 ৰ পৰা 44 বছৰৰ ভিতৰত হব লাগিব।
2. OBC ৰ বাবে 3 বছৰ আৰু SC/ST ৰ বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

CJM Golaghat Office Recruitment 2019: Application Fees

1. এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

CJM Golaghat Office Recruitment 2019: How to Apply

1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত তাৰিখৰ ভিতৰত Standard Form of Application সকলো নথিসহ আবেদন কৰিব লাগিব
"The Chief Judicial Magistrate, Golaghat, PIN 785621, Assam”

CJM Golaghat Office Recruitment 2019: Important Dates

আবেদনৰ অন্তিম তাৰিখ: 01/07/2019

CJM Golaghat Office Recruitment 2019: Important Points for Applicants

1. প্ৰাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব
2. কোনো ধৰণৰ আবেদন মাচুল নালাগে
3. কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব
4. আবেদনৰ লগত 4 কপি পাচপৰ্ট ফটো পিছফালে Signature কৰি দিব লাগিব
5. সকলো শিক্ষাগত নথিপত্ৰ, HSLC Admit,  Employment Exchange Card নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব
6. লগতে 10 টকাৰ পোষ্টেল ষ্টাম্প থকা খাম এটা আবেদনৰ লগত দিব লাগিব
7. আবেদনকাৰীক লিখিত পৰীক্ষাৰ আৰু মৌখিক পৰীক্ষা দ্বাৰা বাচনি কৰা হব