অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

22 Jun 2019

গুৱাহাটী উচ্চ ন্যায়ালয়ত Chauffeur (ড্ৰাইভাৰ) পদ: Gauhati High Court Recruitment 2019

Gauhati High Court Recruitment 2019


আবেদনৰ অন্তিম দিন: 27/06/2019

Gauhati High Court Recruitment 2019

গুৱাহাটী উচ্চ ন্যায়ালয়ত খালী হোৱা Chauffeur (ড্ৰাইভাৰ) পদৰ বাবে ইচ্ছুক আৰু অৰ্হতাসম্পৰ্ণ ভাৰতীয় নাগৰিকৰ পৰা অনলাইন আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।

Gauhati High Court Recruitment 2019

পদসমূহৰ বিৱৰণ(Details of Posts):
পদৰ নাম: Chauffeur (ড্ৰাইভাৰ)
পদৰ সংখ্যা: 03

Gauhati High Court Recruitment 2019

শিক্ষাগত অৰ্হতা (Education Qualification):

1. প্ৰাৰ্থী অষ্টম শ্ৰেণী উত্তীৰ্ণ হোৱা  হ'ব লাগিব।

2. মেট্ৰিক বা তাৰ ওপৰৰ শিক্ষা থকা প্ৰাৰ্থীয়ে আবেদন কৰিব নোৱাৰিব।

3. Professional Driving License থাকিব লাগিব।


Gauhati High Court Recruitment 2019

দৰমহা (Salary):
প্ৰতিমাহে 9000 টকা Fixed দৰমহা দিয়া হব।

Gauhati High Court Recruitment 2019

বয়সৰ সীমা (Age Limit):

General: সৰ্বোচ্চ 38 বছৰ

OBC/MOBC: সৰ্বোচ্চ 38 বছৰ

SC/ST:  সৰ্বোচ্চ 43 বছৰ


Gauhati High Court Recruitment 2019

কেনেকৈ আবেদন কৰিব (How to Apply):

ইচ্ছুক আৰু অৰ্হতাসম্পৰ্ণ পাৰ্থীসকলে তলত দিয়া লিংকত ক্লিক কৰি আবেদন কৰিব পাৰে।

Gauhati High Court Recruitment 2019: Selection Process

তিনিটা পৰ্যায়ত প্ৰাৰ্থী বাচনি কৰা হব।
1. লিখিত পৰীক্ষা: 20 Marks
2. ড্ৰাইভিঙ টেষ্ট: 40
3. মৌখিক: 20

Gauhati High Court Recruitment 2019: Important Dates:


1. অনলাইন আবেদন আৰম্ভ হ'ব: 21/06/2019

2. অনলাইন আবেদনৰ অন্তিম দিন: 27/06/2019

Gauhati High Court Recruitment 2019: Important Link:


1. অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক


2. সম্পূৰ্ণ বিজ্ঞিপন চাওক: ইয়াত ক্লিক কৰক