অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

9 Jun 2019

কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা CBI ত ইন্সপেক্টৰ পদত চাকৰি: CBI Recruitment 2019

CBI Recruitment 2019

Last date: 15 জুলাই, 2019

CBI Recruitment 2019

কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা চমুকৈ CBI খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

CBI Recruitment 2019: Details of Posts

পদৰ সংখ্যা:  59 টা
পদৰ নাম: ইন্সপেক্টৰ (Inspector)

CBI Recruitment 2019: Educational Qualification

পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব আৰু পুলিচৰ অৱসৰপ্ৰাপ্ত নাইবা কৰ্মৰত অফিচাৰ হব লাগিব।

CBI Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 40,000 টকা হিচাপত দৰমহা দিয়া হব।

CBI Recruitment 2019: Age Limit

CBI Recruitment Guidelines ৰ মতে হব।

CBI Recruitment 2019: Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

CBI Recruitment 2019: How to Apply

পদসমূহৰ বাবে অফলাইন আবেদন কৰিব লাগিব। 

আবেদন পত্ৰ, আবেদনৰ ঠিকনা আৰু সম্পূৰ্ণ বিজ্ঞাপনৰ বাবে: ইয়াত ক্লিক কৰক