Want to Get Free Job Alert on Your Mobile 

 Telegram Channel 
 WhatsApp 

Enter Your Email Address Here:

30 Jun 2019

বঙাইগাঁও পৌৰনিগমত চাকৰি: Bongaigaon Muncipality, Recruitment 2019 [Computer Operator]

Bongaigaon Muncipality, Recruitment 2019


Last Date: 20/07/2019

Bongaigaon Muncipality, Recruitment 2019

City Mission Management Unit (CMMU), Bongaigaon ত খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিক্তিক পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।



Bongaigaon Muncipality, Recruitment 2019: Vacancy Details


পদৰ নাম: কম্পিউটাৰ অপাৰেটৰ

পদৰ সংখ্যা: 01টা

দৰমহা: Rs. 15,000/ প্ৰতি মাহে

অৰ্হতা: পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব আৰু DCA/BCA.

অভিজ্ঞতা: Min. 2 বছৰৰ অভিজ্ঞতা আৰু documentation, reporting, Data analysis, অনলাইন monitoring activities in social community development projects ৰ জ্ঞান থাকিব লাগিব। আগতে চৰকাৰী কাম কৰাৰ অভিজ্ঞতা থাকিলে অগ্ৰাধিকাৰ দিয়া হব।


বয়সৰ সীমা: 23-35 বছৰ

Bongaigaon Muncipality, Recruitment 2019: How to Apply

ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত তাৰিখৰ ভিতৰত Standard Form of Application ত সকলো নথিসহ আবেদন কৰিব লাগিব।

ঠিকনা:
Chairperson
District Level Selection Committtee
Bongaigaon Municipality, 2nd floor,
PO & Dist: Bongaigaon, Assam-783380

Last Date: 20/07/2019


Bongaigaon Muncipality, Recruitment 2019: Important Points:

1. আবেদনৰ লগত 3 কপি পাচপৰ্ট ফটো দিব লাগিব।
2. সকলো শিক্ষাগত নথিপত্ৰৰ ফটোষ্টেট কপি জমা দিব লাগিব।

3. লগতে 5 টকাৰ পোষ্টেল ষ্টাম্প থকা 9x4 আকাৰৰ খাম এটা আবেদনৰ লগত দিব লাগিব।


Download Standard Form: ইয়াত ক্লিক কৰক
'