অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

13 Jun 2019

ভাৰতীয় মানক ব্যুৰ' (বি আই এছ) ত চাকৰি: BIS Recruitment 2019

BIS Recruitment 2019


Last Date: 27/06/2019

BIS Recruitment 2019

ভাৰতীয় মানক ব্যুৰ' (বি আই এছ) ত খালী হোৱা তলত উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাসম্পন্ন প্ৰাথীৰ পৰা আবেদন বিছাৰি বিভাগীয় কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।


BIS Recruitment 2019: Details of Posts

পদৰ সংখ্যা: 115 টা
পদৰ নাম:
1. Upper Division Assistant (UDA): 79 টা
2. Senior Master Technician: 07 টা
3. Senior Office: 05 টা
4. Laboratory Officer: 17 টা
5. Deputy Manager: 07 টা

BIS Recruitment 2019: Educational Qualification

1. Upper Division Assistant (USA):
পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব।
লগতে সংশ্লিষ্ট বিষয়ত 8 ৰ পৰা 15 বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

2. Senior Master Technician:
এই পদৰ বাবে প্ৰাৰ্থী টাৰ্নাৰ/মেকানিষ্ট/কাৰ্পেণটাৰ/মেচনত  আই টি আই ডিগ্ৰীধাৰী হব লাগিব।
লগতে সংশ্লিষ্ট বিষয়ত 6 ৰ পৰা 10 বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

3. Senior Office:
পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত স্নাতক/ICWA/CA/LLB অথবা PG ডিপ্লোমা লাভ কৰা হব লাগিব।
লগতে সংশ্লিষ্ট বিষয়ত 5 ৰ পৰা 10 বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

4. Laboratory Officer:
 পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান বিষয়ত স্নাতক (B.Sc) ডিগ্ৰী লাভ কৰা হব লাগিব।

5. Deputy Manager:
পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু PG ডিপ্লোমা লাভ কৰা হব লাগিব।
নাইবা
স্নাতক ডিগ্ৰী/MBA/PGDM/CA/ICWA লাভ কৰা হব লাগিব।


BIS Recruitment 2019: How to Apply

1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 27/07/2019 তাৰিখৰ ভিতৰত সকলো নথিসহ আবেদন কৰিব লাগিব। প্ৰাৰ্থীসকলে আবেদন Speed Post ৰ জৰিয়তেও পথাব পাৰে।

আবেদনৰ অন্তিম তাৰিখ: 27/07/2019

পদসমূহৰ বিষয়ে অধিক জানিবলৈ বি আই এছৰ ৱেবচাইটত লগ ইন কৰিব পাৰে।
ৱেবচাইট: ইয়াত ক্লিক কৰক

আবেদন পঠোৱা ঠিকনা:
To,
The Director (Establishment),
Bureau of Indian Standard
Manak Bhawan
9 Bahadur Shah Jafar Marg
New Delhi-110002