অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

12 Jun 2019

অসম বিধানসভা সচিবালয়ত চাকৰি: Assam Legislative Assembly Recruitment 2019

Assam Legislative Assembly Recruitment

আবেদনৰ অন্তিম তাৰিখ: 29/06/2019

 Assam Legislative Assembly Recruitment 2019

অসম বিধানসভা সচিবালয়ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা Standard Form of Application ত আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Assam Legislative Assembly Recruitment 2019: Details of Posts

পদৰ সংখ্যা: 02 টা
পদৰ নাম:
1. লাইব্ৰেৰীয়ান
2. ছিষ্টেম এনালিষ্ট

Assam Legislative Assembly Recruitment 2019: Educational Qualification


1. লাইব্ৰেৰীয়ান:
পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা লাইব্ৰেৰী ছাইন্সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা হব লাগিব।
সংশ্লিষ্ট বিষয়ত 5 বছৰৰ কৰ্ম অভিজ্ঞতা থকা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ লাভ কৰিব।

2. ছিষ্টেম এনালিষ্ট:
B.E./B.Tech (Computer science/IT), B.Sc.(IT)/BCA.
সংশ্লিষ্ট বিষয়ত কৰ্ম অভিজ্ঞতা থকা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ লাভ কৰিব।

Assam Legislative Assembly Recruitment 2019: Salary

1. লাইব্ৰেৰীয়ান: নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 30,000 - 1,10,000 টকা + GP: 13,300 টকা হিচাপত দৰমহা দিয়া হব।

2. ছিষ্টেম এনালিষ্ট: প্ৰতিমাহে 25,000 টকা ফিক্স দৰমহা দিয়া হব।

Assam Legislative Assembly Recruitment 2019: Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 21 ৰ পৰা 38 বছৰৰ ভিতৰত হব লাগিব।
2. OBC ৰ বাবে 3 বছৰ আৰু SC/ST ৰ বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

Assam Legislative Assembly Recruitment 2019 Application Fees

1. লাইব্ৰেৰীয়ান:
এই পদটিত আবেদনৰ বাবে প্ৰাৰ্থীয়ে
1. 250 টকা (Gen/OBC-/MOBC)
2. 125 টকা (SC/ST)
আবেদন মাচুল ট্ৰেজাৰী চালান যোগেদি দিব লাগিব ।ট্ৰেজাৰী চালান নিম্নলিখিত একাউণ্ট হেডৰ নামত কাটিব লাগিব।
"0070-Other Administrative Services", 60-Other Services, 800-Other Recipt (10).

2. ছিষ্টেম এনালিষ্ট: কোনোধৰণৰ আবেদন মাচুল দিব নালাগে।

Assam Legislative Assembly Recruitment 2019: How to Apply

1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 29/06/2019 তাৰিখৰ ভিতৰত Standard Form of Application ত সকলো নথিসহ আবেদন কৰিব লাগিব।

Assam Legislative Assembly Recruitment 2019: Important Points for Applicants

1. কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব।
2. আবেদনৰ লগত 2 কপি পাচপৰ্ট ফটো দিব লাগিব।
5. সকলো শিক্ষাগত নথিপত্ৰ, HSLC Admit নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব।
6. লগতে 5 টকাৰ পোষ্টেল ষ্টাম্প থকা 22x10 আকাৰৰ খাম এটা আবেদনৰ লগত দিব লাগিব।
7. আবেদনকাৰীক লিখিত পৰীক্ষাৰ দ্বাৰা বাচনি কৰা হব।

আবেদন পঠোৱা ঠিকনা:
To, 
The Principal Secretary
Assam Legislative Assembly
Dispur, Guwahati-06