অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

9 Jun 2019

অসম উকীল কল্যাণ নিধিত জুনিয়ৰ এচিছটেন্ট পদ: Assam Advocate Welfare Fund Recruitment 2019

Assam Advocate Welfare Fund Recruitment 2019

আবেদনৰ অন্তিম তাৰিখ: 21/06/2019

Assam Advocate Welfare Fund Recruitment 2019 

অসম উকীল কল্যাণ নিধিত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Assam Advocate Welfare Fund Recruitment 2019: Details of Posts

পদৰ সংখ্যা: 01 টা
পদৰ নাম: জুনিয়ৰ এচিছটেন্ট (LDA)

Assam Advocate Welfare Fund Recruitment 2019: Educational Qualification

পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব।

Assam Advocate Welfare Fund Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 6,000 - 22,000 টকা + GP: 15,00 টকা হিচাপত দৰমহা দিয়া হব। লগতে অন্যান্য বানচ সমূহ।

Assam Advocate Welfare Fund Recruitment 2019: Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 ৰ পৰা 38 বছৰৰ ভিতৰত হব লাগিব।
2. OBC ৰ বাবে 3 বছৰ আৰু SC/ST ৰ বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব।


Assam Advocate Welfare Fund Recruitment 2019: Application Fees

1. এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে 300 টকাৰ আবেদন মাচুল ড্ৰাফ্ট যোগেদি দিব লাগিব। এই মাচুল "in favour of Assam Advocate Welfare Fund payable at Guwahati" নামত দিব লাগিব।
2. SC/ST ৰ বাবে এই মাচুল 100 টকা।

Assam Advocate Welfare Fund Recruitment 2019: How to Apply

ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 21 জুন তাৰিখৰ ভিতৰত সকলো নথিসহ আবেদন কৰিব লাগিব।

আবেদনৰ ঠিকনা:
To,
The Secretary
Assam Advocate Welfare Fund,
2nd Floor, Gauhati High Court
Old High Court Building
Guwahati-01