অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

25 Jun 2019

ছাউথ ইণ্ডিয়ান বেংকত 545 টা পদ চাকৰি: South Indian Bank Recruitment 2019

 South Indian Bank Recruitment 2019

South Indian Bank Recruitment 2019

ছাউথ ইণ্ডিয়ান বেংকত  545 টা পদৰ বাবে ইচ্ছুক আৰু অৰ্হতাসম্পৰ্ণ ভাৰতীয় নাগৰিকৰ পৰা অনলাইন আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।

South Indian Bank Recruitment 2019: Details of Posts

মুঠ পদৰ সংখ্যা: 545 টা

1. Probationary Clerk: 385 টা

ইয়াৰে 75 টা South Zone আৰু 310 টা North Zone ৰ।

South Zone: অসম, বিহাৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা

North Zone: অন্ধ্ৰ প্ৰদেশ, কেৰেলা, তামিলনাডু, তেলেংগানা

2. Probationary Officer: 160 টা

South Indian Bank Recruitment 2019: Age

1. Probationary Clerk: 30/06/2019 তাৰিখত 26 বছৰৰ ভিতৰত হব লাগিব।

2. Probationary Officer: 30/06/2019 তাৰিখত 26 বছৰৰ ভিতৰত হব লাগিব।

South Indian Bank Recruitment 2019: Educational Qualification

1. Probationary Clerk: যিকোনো বিষয়ত 60% নম্বৰ লৈ উচ্চতৰ মাধ্যামিক বা গ্ৰেজুৱেত হব লাগিব।

2. Probationary Officer: যিকোনো বিষয়ত 60% নম্বৰ লৈ গ্ৰেজুৱেত হব লাগিব।

South Indian Bank Recruitment 2019: Salary

দৰমহা-
1. Probationary Clerk: প্ৰতিমাহে 11,765 ৰ পৰা 31,549 টকা।

2. Probationary Officer: প্ৰতিমাহে 23,700 ৰ পৰা 42,020 টকা।

South Indian Bank Recruitment 2019: Application Fees

1. Probationary Clerk: 
i. General/OBC: 600 টকা
ii. ST/SC/PH: 150 টকা

2. Probationary Officer:
i. General/OBC: 800 টকা
ii. ST/SC/PH: 200 টকা

South Indian Bank Recruitment 2019: How to Apply

ইচ্ছুক আৰু উপযুক্ত অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে অনলাইন যোগেদি আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । তাত গৈ আবেদন কৰিব পাৰে।

South Indian Bank Recruitment 2019: Important Dates

অনলাইন আবেদন সমাপ্ত হব- 30 জুন, 2019

South Indian Bank Recruitment 2019: Important Links

1. অনলাইন আবেদন লিংক: 

Probationary Clerk: ইয়াত ক্লিক কৰক

Probationary Officer: ইয়াত ক্লিক কৰক

2. সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক