অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

15 Jun 2019

কৰ্মচাৰী ভৱিষ্যনীধি আয়োগত 280 টা পদ খালী: EPFO Recruitment 2019

EPFO Recruitment 2019

আবেদনৰ অন্তিম তাৰিখ: 25/06/2019

EPFO Recruitment 2019

কৰ্মচাৰী ভৱিষ্যনীধি আয়োগত 280 টা খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।
অহা জুলাই মাহৰ ৩০ আৰু ৩১ তাৰিখত কৰ্মচাৰী ভৱিষ্যনীধি আয়োগে (EPFO) সহকাৰী পদৰ বাবে অ'নলাইন পৰীক্ষা অনুস্থিত কৰিব।

EPFO Recruitment 2019: Details of Posts

পদৰ সংখ্যা: সহকাৰী  টা
পদৰ নাম: 280 টা
(UR-113 টা, SC-42 টা, EWS- 28 টা, ST-21 টা, OBC-NCL-76 টা)

EPFO Recruitment 2019: Educational Qualification

পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব।


EPFO Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 44,900 টকা হিচাপত দৰমহা দিয়া হব।

EPFO Recruitment 2019: Age Limit

আবেদনকাৰীৰ বয়স 22 ৰ পৰা 27 বছৰৰ ভিতৰত হব লাগিব।

EPFO Recruitment 2019: Application Fees

আৱেদনৰ মাচুল: 
এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে সংৰক্ষিত বৰ্গৰ বাবে 250 টকা আৰু সাধাৰণ বৰ্গৰ বাবে 500 টকা আবেদন মাচুল দিব লাগিব।

EPFO Recruitment 2019: How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব। অনলাইন আবেদন লিংক তলত দিয়া হৈছে। অহা 25/06/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব ।


EPFO Recruitment 2019: Important Dates

অনলাইন আবেদন সমাপ্ত হব/আবেদনৰ অন্তিম তাৰিখ: 25/06/2019

EPFO Recruitment 2019: Important Link

অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক