অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

12 Jun 2019

ভাৰতীয় ডাকসেৱা বিভাগত 1735 টা গ্ৰামীণ ডাকসেৱকৰ পদ, অনলাইন আবেদনৰ অন্তিম তাৰিখ 19/07/2019 লৈ বৃদ্ধি: India Post Recruitment 2019

India Post Recruitment 2019

India Post Recruitment 2019

ভাৰতীয় ডাকসেৱা বিভাগত খালী হোৱা 1735 টা গ্ৰামীণ ডাকসেৱকৰ পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা অনলাইন আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।


India Post Recruitment 2019: Details of Posts

পদৰ সংখ্যা:  1735 টা
পদৰ নাম: গ্ৰামীণ ডাকসেৱক

India Post Recruitment 2019: Place of Posting

1. দিল্লীত: 174 টা
2. ৰাঁচিত: 804 টা
3. শিমলাত: 756 টা

India Post Recruitment 2019: Educational Qualification

1. কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা গণিত আৰু ইংৰাজী বিষয়লৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হব লাগিব।
এই পদসমূহৰ বাবে অভিজ্ঞ তথা নৱাগত প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব।


India Post Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 10,000 - 14,500 টকা হিচাপত দৰমহা দিয়া হব।

India Post Recruitment 2019: Age Limit

আবেদনকাৰীৰ বয়স 18 ৰ পৰা 40 বছৰৰ ভিতৰত হব লাগিব।


India Post Recruitment 2019: Application Fees

1. এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে 100 টকা আবেদন মাচুল দিব লাগিব।
2. SC/ST আৰু PH প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

India Post Recruitment 2019: How to Apply

1. ইচ্ছুক প্ৰাৰ্থী সকলে 05/07/2019 তাৰিখৰ ভিতৰত অনলাইনত আবেদন কৰিব লাগিব।
বৰ্তমান অনলাইন আবেদনৰ অন্তিম তাৰিখ 19/07/2019 লৈ বৃদ্ধি কৰা হৈছে।


India Post Recruitment 2019: Important Dates

1. অনলাইন আবেদন আৰম্ভ হব: 06/06/2019
2. আবেদনৰ অন্তিম তাৰিখ: 05/07/2019 19/07/2019

India Post Recruitment 2019: Important Link

অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক
অনলাইন Registration লিংক: ইয়াত ক্লিক কৰক