অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

31 May 2019

ফৰেনছিক বিজ্ঞান বিভাগত Scientific Assistant পদত চাকৰি: Directorate of Forensic Science Assam Recruitment 2019

Forensic Science Assam Recruitment 2019

Last Date 05/07/2019


Directorate of Forensic Science Assam Recruitment 2019

অসম চৰকাৰৰ অধীনস্থ গুৱাহাটীৰ কাহিলিপাৰাত অৱস্থিত ফৰেনছিক বিজ্ঞান বিভাগত খালী হোৱা Scientific Assistant পদত  নিযুক্তিৰ বাবে ইচ্ছুক আৰু উপযুক্ত অসমৰ পাৰ্থীৰ পৰা Standard Form of Application ত আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

Forensic Science Assam Recruitment 2019: Details of Posts

পদৰ নাম: Scientific Assistant
পদৰ সংখ্যা: 05 টা ।
ইয়াৰে 02 টা অসংৰক্ষিত আৰু 03 টা OBC/MOBC ৰ বাবে।

Forensic Science Assam Recruitment 2019: Educational Qualification



পাচটা পদৰ ভিতৰত সকলোৰে Educational Qualification বেলেগ বেলেগ ধৰণৰ।

পদৰ নাম
পদৰ সংখ্যা
সংৰক্ষণ
অৰ্হতা





Scientific Assistant
01
অসংৰক্ষিত
ৰসায়ন বিজ্ঞান বিভাগত স্নাতক

01
অসংৰক্ষিত
পদাৰ্থ বিজ্ঞান/ ইলেকট্ৰনিকছ/ ইনস্ট্ৰুমেনটেছন বিভাগত স্নাতক

01
OBC/MOBC
ৰসায়ন বিজ্ঞান বিভাগত স্নাতক

01
OBC/MOBC
জীৱ বিজ্ঞান/ উদ্ভিদ বিজ্ঞান/ নৃতত্ববিদ্য/ জীৱ ৰসায়ন বিভাগত স্নাতক
01
OBC/MOBC
পদাৰ্থ বিজ্ঞান/ ইলেকট্ৰনিকছ/ ইনস্ট্ৰুমেনটেছন বিভাগত স্নাতক



Forensic Science Assam Recruitment 2019: Salary

নিৰ্বাচিত পাৰ্থীক প্ৰতি মাহে Pay Scale: 14,000-49,000/- টকা + Grade Pay: 7400/- টকা দৰমহা দিয়া হব।



Forensic Science Assam Recruitment 2019: Age Limit

আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 ৰ পৰা 38 বছৰৰ ভিতৰত হব লাগিব।

Forensic Science Assam Recruitment 2019: Selection Process

1. পাৰ্থী সকলে প্ৰথমতে লিখিত পৰীক্ষাত অৱতীৰ্ণ হব লাগিব। এই লিখিত পৰীক্ষা সাধাৰণ জ্ঞান আৰু সংশ্লিষ্ট বিষয়ৰ ওপৰত হব।
2. লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থী সকলে এটা Skill Test ত অৱতীৰ্ণ হব লাগিব।
3. পদসমূহৰ বাবে কোনো ধৰণৰ Viva Voce নহয়।
4. লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে কোনো ধৰণৰ TA/DA দিয়া নহয়।

Forensic Science Assam Recruitment 2019: How to Apply

1. সম্পূৰ্ণ আবেদন পত্ৰ তলৰ ঠিকনাত পোষ্ট যোগেদি বা নিজে গৈ জমা দিব লাগিব।
"To,
The Director
Directorate of Forensic Science Assam
Kahilipara
Guwahati-19"


2. Last Date 05/07/2019
3. আবেদনৰ বাবে কোনো ধৰণৰ মাচুল দিব নালাগে।
4. আবেদনৰ লগত তলত দিয়া নথিসমূহ নিজে Attested কৰি দিব লাগিব...
(a) HSLC Admit card,
(b) Degree Passed Certificate, Mark sheet
(c) Cast Certificate
(d) 2 কপি পাচপৰ্ট ফটো,
(e) 5 টকাৰ পোষ্টেল স্টাম্প লগোৱা এটা Self Addressed 27×13 আকাৰৰ খাম

Note: আগতে (26/11/2016 তাৰিখত) ওলোৱা বিজ্ঞাপন অনুসৰি আবেদন কৰা সকলে পুনৰ আবেদন কৰিব নালাগে।