অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

4 May 2019

Pragjyitish College Recruitment Assistant Librarian: প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত Assistant Librarian পদ

Pragjyitish College Recruitment 2019


Pragjyitish College Recruitment 2019


The Pragjyitish College is situated at Bharalu of Guwahati City. It is one of the best colleges of Guwahati City. The College offers undergraduate, graduate and some of the post graduate course. Recently an advertisement has issued to fill up a vacation post of Assistant Librarian in this College. Details are given below.


Pragjyitish College Recruitment 2019


গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত খালী হোৱা Assistant Librarian পদৰ বাবে ইচ্ছুক আৰু অৰ্হতা থকা পাৰ্থীৰ পৰা আবেদন বিছৰা হৈছে।


Pragjyitish College Recruitment 2019


পদৰ নাম: Assistant Librarian
পদৰ সংখ্যা: 01 টা
সংৰক্ষণ: পদটি অসংৰক্ষিত
দৰমহা:As per govt norms


Pragjyitish College Recruitment 2019


বয়স: আবেদনকাৰীৰ বয়স 01 জানুৱাৰী, 2019 তাৰিখত 38 বছৰৰ ভিতৰত হব লাগিব। ST/SC/OBC/MOBC আৰু PWD পাৰ্থীক চলিত চৰকাৰী নিয়ম অনুসৰি বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব।


Pragjyitish College Recruitment 2019


আবেদন মাচুল: আবেদনকাৰীয়ে 500 টকাৰ Bank Draft, Principal, Pragjyitish College payable at SBI West Guwahati Branch ৰ নামত জমা দিব লাগিব। এই মাচুল ঘুৰাই দিয়া নহব।


Pragjyitish College Recruitment 2019


ইচ্ছুক পাৰ্থীয়ে সম্পূৰ্ণ Standard Form of Application (Assam Gazette Part IX), Bio-Data ৰ সৈতে Phone No., Email Id , Complete Address আৰু HSLC ৰ পৰা সকলো Documents ৰ পটোকপি অহা 18 মে, 2019 তাৰিখৰ ভিতৰত পোৱাকৈ Principal, Pragjyitish College ৰ Office ত জমা দিব লাগিব। 

পাৰ্থী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ ওপৰি অসমীয়া ভাষা জানিব লাগিব।

পাৰ্থী সকলে তলৰ ঠিকনাত পোষ্ট কৰিও পথাব পাৰে।

Dr. M.K. Mahanta
Principal & Secretary
Pragjyitish College
Guwahati-09