অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

30 May 2019

ডি আৰ ডি অ'ত 351 টা টেকনিচিয়ানৰ পদ খালী: DRDO Recruitment 2019

DRDO Recruitment 2019- Technician

আবেদনৰ অন্তিম তাৰিখ: ২৬ জুন ২০১৯



DRDO Recruitment 2019

ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ DRDO অৰ্থাৎ প্ৰতিৰক্ষা, গৱেষণা আৰু উন্নয়ন সংস্হাৰ চেন্টাৰ ফৰ টেলেন্ট মেনেজমেণ্টত খালী হোৱা টেকনিচিয়ানৰ পদত নিযুক্তিৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতা সম্পন্ন পাৰ্থীৰ পৰা আবেদন বিছাৰি বিজ্ঞাপন বিভাগীয় সঞ্চালকে প্ৰকাশ কৰিছে। ।

DRDO Recruitment 2019: Vacancy Details

মুঠ পদৰ সংখ্যা:  ৩৫১ টা

ইয়াৰে বিভিন্ন বিভাগ সমূহ হ'ল-
1. অটোম'বাইল (৩),
2. বুক বাইণ্ডাৰ (১১),
3. কাৰ্পেণ্টাৰ (৪),
4. কম্পিউটাৰ অপাৰেটৰ & প্ৰগ্ৰেমিং এছিছটেণ্ট (৫৫),
5. ড্ৰটছমেন-মেকানিক (২০),
6. ডিটিপি অপাৰেটৰ (২),
7. ইলেক্ট্ৰিচিয়ান (৪৯),
8. ইলেক্ট্ৰনিক্স (৩৭),
9. ফিটাৰ (৫৯),
10. মেচিনিষ্ট (৪৪),
11. মেকানিক-ডিজেল (৭),
12. মেডিকেল লেব টেকন'লজী (৪)
13. মটৰ মেকানিক (২),
14. পেইণ্টাৰ (২),
15. ফটোগ্ৰাফাৰ(৭),
16. শ্বিট মেটেল ৱৰ্কাৰ (৭),
17. টাৰ্নাৰ (২৪) আৰু
18. ৱেল্ডাৰ (১৪)

DRDO Recruitment 2019: Qualification

পদসমূহৰ বাবে প্ৰাৰ্থী মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ উপৰিও সংশ্লিষ্ট ট্ৰেডত ITI Certificate প্ৰাপ্ত হব লাগিব।
নাইবা
নেচনেল ট্ৰেড Certificate বা নেচনেল Apprentice Certificate ধাৰী হব লাগিব।

DRDO Recruitment 2019: Salary

নিযুক্তি প্ৰাপ্ত প্ৰাৰ্থী সকলে সপ্তম দৰমহা আয়োগৰ আধাৰত মাহে ২৮,০০০ টকাকৈ দৰমহা লাভ কৰিব।


DRDO Recruitment 2019: Age Limit

 প্ৰাৰ্থীৰ বয়স ১৮-২৮ বছৰৰ ভিতৰত হব লাগিব। 

DRDO Recruitment 2019: Application Fees

আবেদনকাৰী প্ৰাৰ্থী সকলে আবেদন মাচুল হিচাপে ১০০ টকা অনলাইন যোগে ডিআৰডিঅ'ৰ হকে পৰিশোধ কৰিব লাগিব।

DRDO Recruitment 2019: How to Apply

ইচ্ছুক আৰু অৰ্হতা থকা প্ৰাৰ্থী য়ে ২৬ জুন তাৰিখৰ ভিতৰত অনলাইনত আবেদন কৰিব লাগিব।

অধিক জানিবলৈ প্ৰাৰ্থীয়ে DRDO ৰ বিভাগীয় ৱেবচাইটত লগইন কৰিব।


আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক

Official বিজ্ঞাপন: ইয়াত ক্লিক কৰক