অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

17 Apr 2019

Staff Selection Commission ৰ অধীনত Multi Tasking Staff পদত নিযুক্তিৰ সুযোগ: SSC Recruitment MTS 2019

SSC Recruitment MTS 2019

SSC Recruitment MTS 2019


SSC, India ৰ অধীনত প্ৰায় 10000 ন'ন টেকনিকেল মাল্টি টাস্কিং ষ্টাফ পদৰ বাবে অৰ্হতাসম্পন্ন ভাৰতীয় নাগৰিকৰ পৰা অনলাইন আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

SSC Recruitment MTS 2019


পদৰ বিবৰণ ( Details of Posts):

পদৰ নাম: Multi Tasking Staff (Non-Technical)

পদৰ সংখ্যা: 10000

SSC Recruitment MTS 2019


দৰমহা: Rs.5200/-Rs.20200/

শৈক্ষিক অৰ্হতা (Educational qualification):
আবেদনকাৰীয়ে কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ড বা প্ৰতিষ্ঠানৰ পৰা মেট্ৰিক বা তাৰ সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হব লাগিব।

SSC Recruitment MTS 2019


বয়সৰ সীমা(Age Limit):
আবেদনকাৰীৰ বয়স 01/04/2019 তাৰিখত 18 ৰ পৰা 25 বছৰৰ ভিতৰত হব লাগিব।

আবেদন মাচুল (Application Fees):
সাধাৰণ শ্ৰেণী আৰু ও বি ছি ৰ বাবে 100 টকা।
এছ ছি/এছ টি/পি এইছ আৰু মহিলা পাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

SSC Recruitment MTS 2019


কেনেকৈ আবেদন কৰিব(How to Apply):
অহা 22/04/2019 তাৰিখৰ পৰা অনলাইন আবেদন আৰম্ভ হব আৰু 22/05/2019 তাৰিখত সমাপ্ত হব। ইচ্ছুক পাৰ্থী সকলে তলত দিয়া ৱেবচাইটত গৈ অনলাইন আবেদন কৰিব পাৰিব।

SSC Recruitment MTS 2019


ৱেবচাইট: ইয়াত ক্লিক কৰক

বিঃদ্ৰঃ-অহা 22/04/2019 তাৰিখে আনুষ্ঠানিক বিজ্ঞাপন প্ৰকাশ হব। সবিশেষ জানিবলৈ আমাৰ ৱেবছাইট বা Facebook Page চাই থাকিব ব WhatsApp Group জইন কৰিব।
SSC Recruitment MTS 2019