অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

24 Apr 2019

চেন্ট্ৰেল আৰ্ম পুলিচ ফৰ্চত এচিছটেন্ট কমাণ্ডেণ্ট পদত চাকৰিৰ সুযোগ: Job Opportunity at Central Armed Police Force

Job Opportunity at Central Armed Police Force
Job Opportunity at Central Armed Police Force

Last Date: 20/05/2019

চেন্ট্ৰেল
আৰ্ম পুলিচ 'ৰ্চ চমুকৈ CAPF খালী হোৱা Assistant Commandant পদত নিযুক্তিৰ বাবে আগ্ৰহী আৰু অৰ্হতাসম্পন্ন পাৰ্থীৰ পৰা CAPF Exam 2019 বাবে আবেদন বিচৰা হৈছে বাচনি পৰীক্ষা UPSC অনুষ্ঠিত কৰিব

পদৰ বিবৰণ (Details of Posts):
পদৰ সংখ্যা: 323 টা
বিভিন্ন বিভাগৰ পদ সমূহ হল-
1. BSF: 100 টা
2. CRPF: 108 টা
3. ITBP: 21 টা
4. SSB: 66 টা
5. CISF: 28 টা

অৰ্হতা (Qualification):
পদসমূহৰ বাবে পাৰ্থী নূন্যতম যোগ্যতা গ্ৰেজুৱেত হব লাগিব

বয়স (Age):
পাৰ্থীৰ বয়স 01/08/2019 তাৰিখত 20 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হব লাগিব

আবেদন মাচুল (Application Fees):
আবেদনকাৰীয়ে 200 টকা মাচুল দিব লাগিব অৱশ্যে ST, SC আৰু মহিলা আবেদনকাৰীয়ে মাচুল দিব নালাগে

কেনেকৈ আবেদন কৰিব (How to Apply):
অনলাইন যোগে আবেদন কৰিব লাগিব তলত দিয়া লিংকত গৈ আবেদন কৰিব পাৰিব

আবেদনৰ অন্তিম তাৰিখ: 20/05/2019

আবেদন কৰিবলৈ ক্লিক কৰক: Click Here
সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: Click Here